অসমৰ প্রাচীন নাম‌ ? প্রাগজোতিষপুৰ নামৰ উৎপত্তি‌ ?

 অসমৰ প্রাচীন নাম 


:-  প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ।


 • প্রাগজোতিষপুৰ নামৰ উৎপত্তি 
:- 

প্রাগজোতিষপুৰ নামৰ উৎপত্তি 


প্রাচীন চীনৰ ছাওথিয়াছ নামৰ প্ৰব্ৰজনকাৰী জাতিৰ এটা অংশই এই ঠাইলৈ আহি বসবাস কৰাৰ পাছত ‘প্রাগঝুথিছ’ নামেৰে জনাজাত হয় আৰু তেওঁলােকৰ নামানুসাৰেই এই ভূখণ্ডৰ নামাে প্রাগজ্যোতিষ হয়গৈ। ডঃ বাণীকান্ত কাকতিৰ মতে অষ্ট্রিক ভাষাৰ শব্দ ‘প্রাগজ্যোতিষ’ৰ অর্থ বিস্তীর্ণ পাহাৰীয়া অঞ্চল। কোনাে কোনাে পণ্ডিতে ইয়াক প্ৰাচ্যৰ জ্যোতিষ চর্চা কেন্দ্র বুলি উল্লেখ কৰিছে। প্রাচীন প্রাগজ্যোতিষ ৰাজ্যৰ সীমা পশ্চিমে কৰতােৱা নদী (বর্তমানৰ বাংলাদেশত) আৰু দক্ষিণে বংগােপসাগৰলৈকে বিস্তৃত আছিল। ইয়াৰ ৰাজধানী প্রাগজ্যোতিষপুৰ (পূবৰ পােহৰৰ নগৰ) আছিল আজিৰ গুৱাহাটী বা তাৰ দাঁতি-কাষৰীয়া অঞ্চল। 


Read more.....👇👇👇👇

অসমৰ চমু পৰিচয়  

অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি

কামৰূপ নামৰ উৎপত্তি

অসম বুৰঞ্জীৰ চমু বিবৰণ 

দানৱ ৰাজ বংশ 

অসমৰ ৰাজনৈতিক বুৰঞ্জী

অসমৰ চুতীয়া ৰাজ্যৰ ইতিহাস

অসমৰ বাৰভূঞা সকল

অসমত কোচ বংশৰ ৰাজত্ব

অসমৰ কছাৰী ৰাজত্ব

অসমত জয়ন্তীয়া ৰাজত্ব

অসমত আহোমৰ ৰাজত্ব

অসমত ইংৰাজৰ ৰাজত্ব

অসমৰ স্বাধীনতা লাভ

অসম আন্দোলন আৰু তাৰ পিছৰ চোৱা

 Read More... 👇👇✍️👇👇

• অসমৰ ভাষা আৰু সাহিত্য ,অসমৰ ‌মৌখিক সাহিত্য,প্রবচন আৰু ফকৰা-যােজনা,অসমৰ লিখিত সাহিত্য,অসমৰ লিখিত সাহিত্য,প্রাক বৈষ্ণৱ সাহিত্য, বৈষ্ণৱ সাহিত্য 

• দেশপ্রেমিক বীৰ   লাচিত বৰফুকন বিষয়ে 

• সতী জয়মতী |
সতী জয়মতী কুঁৱৰীৰ বিষয়ে

• অসমৰ প্রথম অভিধান প্রণেতা টেঙাই মহন ৰ বিষয়ে চমু বিবৰণ

• Today gk and currennt Affairs in assamese

• Best Assam gk books




• পদ্মনাথ গােহাঞি বৰুৱা | পদ্মনাথ গােহাঞি বৰুৱাৰ জীৱনি | পদ্মনাথ গােহাঞি বৰুৱা ৰ বিষয়ে | পদ্মনাথ গােহাঞি বৰুৱাৰ জন্ম কোন চনত হৈছিল | পদ্মনাথ গােহাঞি বৰুৱাৰ ৰচিত কবিতা পুথি | গােহাঞি বৰুৱাৰ ৰচিত বুৰঞ্জীমূলক নাটকসমূহ হ'ল | গােহাঞি বৰুৱাৰ ৰচিত প্রহসন নাটসমূহ | গােহাঞি বৰুৱাৰ ৰচিত উপন্যাসসমূহ হ’ল | গােহাঞি বৰুৱাৰ ৰচিত আত্মজীৱনী | গােহাঞি বৰুৱাৰ ৰচিত ধর্মমূলক গ্রন্থ সমূহ | গােহাঞি বৰুৱাৰ সম্পাদনা কৰা আলােচনীসমূহ 


অসমৰ চমু পৰিচয়  

অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি

কামৰূপ নামৰ উৎপত্তি

অসম বুৰঞ্জীৰ চমু বিবৰণ 

দানৱ ৰাজ বংশ 

অসমৰ ৰাজনৈতিক বুৰঞ্জী

অসমৰ চুতীয়া ৰাজ্যৰ ইতিহাস

অসমৰ বাৰভূঞা সকল

অসমত কোচ বংশৰ ৰাজত্ব

অসমৰ কছাৰী ৰাজত্ব

অসমত জয়ন্তীয়া ৰাজত্ব

অসমত আহোমৰ ৰাজত্ব

অসমত ইংৰাজৰ ৰাজত্ব

অসমৰ স্বাধীনতা লাভ

অসম আন্দোলন আৰু তাৰ পিছৰ চোৱা

অসমৰ ৰাজ্যিক পশু কি আৰু ইয়াৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক পক্ষী কি আৰু  ইয়াৰ বিষয়ে

অসমৰ ৰাজ্যিক ফুল  কি আৰু ইয়াৰ বিষয়ে

অসমৰ ৰাজ্যিক বৃক্ষ হােলােং আৰু ইয়াৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক পানীয় কি?

অসমৰ ৰাজ্যিক জলজ পশু শিহু। অসমৰ ৰাজ্যিক জলজ পশুৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক গীত |ৰাজ্যিক গীত ‘অ' মােৰ আপােনাৰ দেশ









Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form