অসমৰ ৰাজ্যিক ফুল কি আৰু ইয়াৰ বিষয়ে
অসমৰ ৰাজ্যিক ফুল কপৌ ফুল । অসমৰ ৰাজ্যিক ফল হ’ল কপৌ ফুল। কপৌ ফুল ভিয়েটনাম, মালয়েছিয়া, ইণ্ডোনেছিয়া আৰু ভাৰতত পােৱা যায়। ই হ'ল ভাৰতীয় অর্কিডৰ এক সাধাৰণ প্রজাতি। কপৌ ফুলৰ গছ আন বাহক গছত গজে।ইয়াৰ চুটি কাণ্ডৰ দুয়ােফালে ছয়ৰ পৰা আঠযােৰ ফুল থাকে। এই ফুল এপ্রিল মেত ফুলে আৰু প্রায় তিনি সপ্তাহ থাকে। এই গছৰ পাতবােৰ ঠেক, ডাঠ আৰু দীঘল। ফুলবােৰৰ। গড় দৈর্ঘ্য ২০ ইঞ্চি আৰু দৰাচলতে বহুত সৰু সৰু ফুলেলে এই ফুলপাহ গঠিত হয়। এই সৰুফুলবােৰ গুলপীয়া বা বগা কপৌ ফুল অৰুণাচল আৰু অসম, – দুয়ােখন ৰাজ্যৰে ৰাজ্যিক ফুল। অসমত এনে ফুল ফুলিলে ই জাতীয় উৎসৱ বিহুৰ আৰম্ভণিৰ সংকেত দিয়ে। বিহুত গাভৰু নাচনীবােৰে কপৌ ফুল চুলিত গুজি নল’লে সাজ-সজ্জা সম্পূর্ণ নহয়। অসমৰ বিহুগীত আৰু আন গীতত কপৌ ফুলে বিশেষ স্থান লাভ কৰি আহিছে। কপৌ ফুলক অসমৰ সাংস্কৃতিক প্রতীক হিচাপে গণ্য কৰা হয়। ২০০৩ চনৰ ৪ এপ্রিলত অসম চৰকাৰে এই ফুলক ৰাজ্যিক ফুল হিচাপে স্বীকৃতি দিয়ে।
Read more.....👇👇👇👇
অসমৰ ৰাজ্যিক পশু কি আৰু ইয়াৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক পক্ষী কি আৰু ইয়াৰ বিষয়ে
অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি
Read More... 👇👇✍️👇👇
• অসমৰ ভাষা আৰু সাহিত্য ,অসমৰ মৌখিক সাহিত্য,প্রবচন আৰু ফকৰা-যােজনা,অসমৰ লিখিত সাহিত্য,অসমৰ লিখিত সাহিত্য,প্রাক বৈষ্ণৱ সাহিত্য, বৈষ্ণৱ সাহিত্য
• দেশপ্রেমিক বীৰ লাচিত বৰফুকন বিষয়ে
• সতী জয়মতী |
সতী জয়মতী কুঁৱৰীৰ বিষয়ে
• অসমৰ প্রথম অভিধান প্রণেতা টেঙাই মহন ৰ বিষয়ে চমু বিবৰণ
• Today gk and currennt Affairs in assamese
• Best Assam gk books
অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি
অসমৰ ৰাজ্যিক পশু কি আৰু ইয়াৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক পক্ষী কি আৰু ইয়াৰ বিষয়ে
অসমৰ ৰাজ্যিক ফুল কি আৰু ইয়াৰ বিষয়ে
অসমৰ ৰাজ্যিক বৃক্ষ হােলােং আৰু ইয়াৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক জলজ পশু শিহু। অসমৰ ৰাজ্যিক জলজ পশুৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক গীত |ৰাজ্যিক গীত ‘অ' মােৰ আপােনাৰ দেশ