অসমৰ ৰাজ্যিক বৃক্ষ হােলােং আৰু ইয়াৰ বিষয়ে চমু বিবৰণ

 অসমৰ ৰাজ্যিক বৃক্ষ হােলােং আৰু ইয়াৰ বিষয়ে চমু বিবৰণ


ৰাজ্যিক বৃক্ষ ঃ হােলােং হােলােং গছ চিৰসেউজ উদ্ভিদ হিচাপে দক্ষিণ-পূর্ব এছিয়াৰ প্রায় সকলাে দেশতে পােৱা যায়। এই গছ অসমৰ আটাইতকৈ ওখ গছ আৰু অসমৰ প্ৰায়বােৰ অৰণ্যতে এইবিধ গছ আছে। সাগৰপৃষ্ঠৰ পৰা প্রায় ৬০০ মিটাৰ উচ্চতালৈকে এনে হােলােং গছ পােৱা গৈছে। ভাৰতত হােলােং গছৰ ফুল জুন-জুলাইৰ পৰা নৱেম্বৰলৈকে ফুলে আৰু তাৰ ফলবােৰ জানুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত পকে। এই গছৰ কাঠ চাপযুক্ত কাঠ, প্লাইউড, কাগজৰ পাল্প আৰু এঙাৰ তৈয়াৰ কৰাত ব্যৱহৃত হয়। হােলােং গছৰ পৰা পাব পৰা এবিধ তেলজাতীয় ৰেজিন জলপ্ৰতিৰােধী কাগজৰ তৰপ তৈয়াৰ কৰাত আৰু কাঠৰ আচবাব, দুৱাৰ আদিবানিছকৰাত ব্যৱহাৰ কৰা হয়। ঔষধ প্রস্তুতকৰণতে এই ৰেজিন আৰু হােললাং গছৰ পাতৰ ব্যৱহাৰ আছে। কাঠৰ ছাটাৰিং আৰু প্লাইউড নির্মাণ ক্ষেত্ৰত তৈয়াৰ কৰাত হােলােং গছৰ বেছ চাহিদা আছে। পাছে নির্বিচাৰ অৰণ্য হননৰ বাবে হােলােং গছ ক্ৰমাৎ কমি আহিছে। অসম চৰকাৰে ২০০৩ চনৰ ৪ এপ্রিলত হােলােং গছক ৰাজ্যিক বৃক্ষ হিচাপে স্বীকৃতি প্রদান কৰে।



Read more.....👇👇👇👇

অসমৰ চমু পৰিচয়  

অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি

কামৰূপ নামৰ উৎপত্তি

অসম বুৰঞ্জীৰ চমু বিবৰণ 

দানৱ ৰাজ বংশ 

অসমৰ ৰাজনৈতিক বুৰঞ্জী

অসমৰ চুতীয়া ৰাজ্যৰ ইতিহাস

অসমৰ বাৰভূঞা সকল

অসমত কোচ বংশৰ ৰাজত্ব

অসমৰ কছাৰী ৰাজত্ব

অসমত জয়ন্তীয়া ৰাজত্ব

অসমত আহোমৰ ৰাজত্ব

অসমত ইংৰাজৰ ৰাজত্ব

অসমৰ স্বাধীনতা লাভ

অসম আন্দোলন আৰু তাৰ পিছৰ চোৱা

অসমৰ ৰাজ্যিক পশু কি আৰু ইয়াৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক পক্ষী কি আৰু  ইয়াৰ বিষয়ে

অসমৰ ৰাজ্যিক ফুল  কি আৰু ইয়াৰ বিষয়ে


 Read More... 👇👇✍️👇👇

• অসমৰ ভাষা আৰু সাহিত্য ,অসমৰ ‌মৌখিক সাহিত্য,প্রবচন আৰু ফকৰা-যােজনা,অসমৰ লিখিত সাহিত্য,অসমৰ লিখিত সাহিত্য,প্রাক বৈষ্ণৱ সাহিত্য, বৈষ্ণৱ সাহিত্য 

• দেশপ্রেমিক বীৰ   লাচিত বৰফুকন বিষয়ে 

• সতী জয়মতী |
সতী জয়মতী কুঁৱৰীৰ বিষয়ে

• অসমৰ প্রথম অভিধান প্রণেতা টেঙাই মহন ৰ বিষয়ে চমু বিবৰণ

• Today gk and currennt Affairs in assamese

• Best Assam gk books




• পদ্মনাথ গােহাঞি বৰুৱা | পদ্মনাথ গােহাঞি বৰুৱাৰ জীৱনি | পদ্মনাথ গােহাঞি বৰুৱা ৰ বিষয়ে | পদ্মনাথ গােহাঞি বৰুৱাৰ জন্ম কোন চনত হৈছিল | পদ্মনাথ গােহাঞি বৰুৱাৰ ৰচিত কবিতা পুথি | গােহাঞি বৰুৱাৰ ৰচিত বুৰঞ্জীমূলক নাটকসমূহ হ'ল | গােহাঞি বৰুৱাৰ ৰচিত প্রহসন নাটসমূহ | গােহাঞি বৰুৱাৰ ৰচিত উপন্যাসসমূহ হ’ল | গােহাঞি বৰুৱাৰ ৰচিত আত্মজীৱনী | গােহাঞি বৰুৱাৰ ৰচিত ধর্মমূলক গ্রন্থ সমূহ | গােহাঞি বৰুৱাৰ সম্পাদনা কৰা আলােচনীসমূহ 


অসমৰ চমু পৰিচয়  

অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি

কামৰূপ নামৰ উৎপত্তি

অসম বুৰঞ্জীৰ চমু বিবৰণ 

দানৱ ৰাজ বংশ 

অসমৰ ৰাজনৈতিক বুৰঞ্জী

অসমৰ চুতীয়া ৰাজ্যৰ ইতিহাস

অসমৰ বাৰভূঞা সকল

অসমত কোচ বংশৰ ৰাজত্ব

অসমৰ কছাৰী ৰাজত্ব

অসমত জয়ন্তীয়া ৰাজত্ব

অসমত আহোমৰ ৰাজত্ব

অসমত ইংৰাজৰ ৰাজত্ব

অসমৰ স্বাধীনতা লাভ

অসম আন্দোলন আৰু তাৰ পিছৰ চোৱা

অসমৰ ৰাজ্যিক পশু কি আৰু ইয়াৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক পক্ষী কি আৰু  ইয়াৰ বিষয়ে

অসমৰ ৰাজ্যিক ফুল  কি আৰু ইয়াৰ বিষয়ে

অসমৰ ৰাজ্যিক বৃক্ষ হােলােং আৰু ইয়াৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক পানীয় কি?

অসমৰ ৰাজ্যিক জলজ পশু শিহু। অসমৰ ৰাজ্যিক জলজ পশুৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক গীত |ৰাজ্যিক গীত ‘অ' মােৰ আপােনাৰ দেশ












Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form