অসমৰ ৰাজ্যিক পশু কি আৰু ইয়াৰ বিষয়ে চমু বিবৰণ

  অসমৰ ৰাজ্যিক পশু

ৰাজ্যিক পশু ঃ এশিঙীয়া গঁড় ভাৰতৰ এশিঙীয়া গঁড় বর্তমান পৃথিৱীত থকা জন্তুৰ ভিতৰত আকাৰত পঞ্চম স্থানত। অসম আৰু পশ্চিমবংগত এনে গঁড় পােৱা যায়। টেৰাই অঞ্চলত আৰুব্ৰহ্মপুত্ৰ অৱবাহিকাত এনে গড়ে বাস কৰে। গঁড়ৰ গড় বয়স ৩০-৪৫ বছৰ। গড়ে সাধাৰণতে অকলশৰীয়াকৈ বাস কৰে। অৱশ্যে

সন্তান জন্ম দিয়াৰ সময়ত মতা আৰু মাইকী গঁড় একেলগে থাকে। সান্তান জন্ম হােৱাৰ পাছত মাক আৰু  পােবালি গড়ে কিছুদিন একেলগে বাস কৰে। গড়ে সাধাৰণতে ঘাঁহ খালেও। মাজে মাতে

গছৰ পাত, ফল আৰু জলজ উদ্ভিদো খায়। ভাৰতীয় গড় এসময়ত সমগ্ৰ উত্তৰ ভাৰততে বাস কৰিছিল। পাছে ঊনবিংশ শতিকাৰ আগভাগত বনভূমি মুকলি কৰি কৃষিভূমি কৰা, গঁড়ৰ আবাসভূমিৰ অৱক্ষয়, চোৰাং চিকাৰ আদিৰ বাবে প্ৰায়ভাগ অঞ্চলতে গড় বিলুপ্ত হৈ পৰিল।। এতিয়া গঁড় নেপালৰ এক ক্ষুদ্র অংশ, আৰু ভাৰতৰ পশ্চিমবংগ, উত্তৰ প্ৰদেশ আৰু অসমতহে। পােৱা যায়। ২০০৩ চনৰ ৪ এপ্রিলত অসম চৰকাৰে গড়ক অসমৰ ৰাজ্যিক পশু হিচাপে ঘােষণা। কৰে। বিপন্ন জন্তু গঁড়ক সুৰক্ষা দিবলৈ এতিয়া বিভিন্ন ব্যৱস্থা লােৱা হৈছে। গঁড়ৰ বাসভূমিৰ উন্নয়ন, সুৰক্ষামূলক ব্যৱস্থা বৃদ্ধি, চোৰাং চিকাৰ বন্ধ কৰা, মানুহ আৰু বনৰীয়া জন্তুৰ মাজৰ সংঘাত হ্রাস, গড় সংৰক্ষণৰ ক্ষেত্ৰত স্থানীয় মানুহক ব্যৱহাৰ কৰা আদি ব্যৱস্থাৰ জৰিয়তে গড়ক বিলুপ্ত হােৱাৰ পৰা ৰক্ষা কৰিব পৰা যায়।।

Read more.....👇👇👇👇

অসমৰ চমু পৰিচয়  

অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি

কামৰূপ নামৰ উৎপত্তি

অসম বুৰঞ্জীৰ চমু বিবৰণ 

দানৱ ৰাজ বংশ 

অসমৰ ৰাজনৈতিক বুৰঞ্জী

অসমৰ চুতীয়া ৰাজ্যৰ ইতিহাস

অসমৰ বাৰভূঞা সকল

অসমত কোচ বংশৰ ৰাজত্ব

অসমৰ কছাৰী ৰাজত্ব

অসমত জয়ন্তীয়া ৰাজত্ব

অসমত আহোমৰ ৰাজত্ব

অসমত ইংৰাজৰ ৰাজত্ব

অসমৰ স্বাধীনতা লাভ

অসম আন্দোলন আৰু তাৰ পিছৰ চোৱা


 Read More... 👇👇✍️👇👇

• অসমৰ ভাষা আৰু সাহিত্য ,অসমৰ ‌মৌখিক সাহিত্য,প্রবচন আৰু ফকৰা-যােজনা,অসমৰ লিখিত সাহিত্য,অসমৰ লিখিত সাহিত্য,প্রাক বৈষ্ণৱ সাহিত্য, বৈষ্ণৱ সাহিত্য 

• দেশপ্রেমিক বীৰ   লাচিত বৰফুকন বিষয়ে 

• সতী জয়মতী |
সতী জয়মতী কুঁৱৰীৰ বিষয়ে

• অসমৰ প্রথম অভিধান প্রণেতা টেঙাই মহন ৰ বিষয়ে চমু বিবৰণ

• Today gk and currennt Affairs in assamese

• Best Assam gk books




• পদ্মনাথ গােহাঞি বৰুৱা | পদ্মনাথ গােহাঞি বৰুৱাৰ জীৱনি | পদ্মনাথ গােহাঞি বৰুৱা ৰ বিষয়ে | পদ্মনাথ গােহাঞি বৰুৱাৰ জন্ম কোন চনত হৈছিল | পদ্মনাথ গােহাঞি বৰুৱাৰ ৰচিত কবিতা পুথি | গােহাঞি বৰুৱাৰ ৰচিত বুৰঞ্জীমূলক নাটকসমূহ হ'ল | গােহাঞি বৰুৱাৰ ৰচিত প্রহসন নাটসমূহ | গােহাঞি বৰুৱাৰ ৰচিত উপন্যাসসমূহ হ’ল | গােহাঞি বৰুৱাৰ ৰচিত আত্মজীৱনী | গােহাঞি বৰুৱাৰ ৰচিত ধর্মমূলক গ্রন্থ সমূহ | গােহাঞি বৰুৱাৰ সম্পাদনা কৰা আলােচনীসমূহ 


অসমৰ চমু পৰিচয়  

অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি

কামৰূপ নামৰ উৎপত্তি

অসম বুৰঞ্জীৰ চমু বিবৰণ 

দানৱ ৰাজ বংশ 

অসমৰ ৰাজনৈতিক বুৰঞ্জী

অসমৰ চুতীয়া ৰাজ্যৰ ইতিহাস

অসমৰ বাৰভূঞা সকল

অসমত কোচ বংশৰ ৰাজত্ব

অসমৰ কছাৰী ৰাজত্ব

অসমত জয়ন্তীয়া ৰাজত্ব

অসমত আহোমৰ ৰাজত্ব

অসমত ইংৰাজৰ ৰাজত্ব

অসমৰ স্বাধীনতা লাভ

অসম আন্দোলন আৰু তাৰ পিছৰ চোৱা

অসমৰ ৰাজ্যিক পশু কি আৰু ইয়াৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক পক্ষী কি আৰু  ইয়াৰ বিষয়ে

অসমৰ ৰাজ্যিক ফুল  কি আৰু ইয়াৰ বিষয়ে

অসমৰ ৰাজ্যিক বৃক্ষ হােলােং আৰু ইয়াৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক পানীয় কি?

অসমৰ ৰাজ্যিক জলজ পশু শিহু। অসমৰ ৰাজ্যিক জলজ পশুৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক গীত |ৰাজ্যিক গীত ‘অ' মােৰ আপােনাৰ দেশ









Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form