অসম বুৰঞ্জীৰ চমু আভাস।
অসম বুৰঞ্জী অধ্যয়নৰ বাবে প্রাচীন সাহিত্য, বৌদ্ধ শাস্ত্র, অন্যান্য অসমীয়া ইতিহাস, বৈদেশিক বিৱৰণ, প্রত্নতাত্ত্বিক নিদর্শন আদিয়েই ঘাই সমল। প্রাচীন কালত অসম প্রাগজ্যোতিষ আৰু কামৰূপ নামেৰে প্রসিদ্ধ আছিল। প্রাগজ্যোতিষৰ সীমা পশ্চিমে কৰতােৱা নদী (বর্তমান। বাংলাদেশত) আৰু দক্ষিণে বংগােপসাগৰলৈকে বিস্তৃত থকাৰ কথা জনা যায়। সেইদৰে প্রাচীন। কামৰূপ ৰাজ্য কামাখ্যা মন্দিৰৰ চাৰিওফালে ৪৫০ মাইল (১০০ যােজন) জুৰি বিস্তৃত আছিল। সম্ভৱতঃ বাংলাদেশ, অসম আৰু ভুটান প্রাচীন কামৰূপ ৰাজ্যৰ অন্তৰ্গত আছিল। প্রাচীন
কামৰূপ ৰাজ্য চাৰিটা ভাগত বিভক্ত আছিল ? কৰতােৱা নদীৰ পৰা পূবে স্বর্ণকোষ বা - সােণকোষ নদীলৈকে ৰত্নপীঠ, সােণকোষৰ পৰা ৰূপহী নদীলৈকে কামপীঠ, ৰূপহীৰ পৰা। ভৰলী নদীলৈকে স্বর্ণপীঠ আৰু ভৰলীৰ পৰা দিকৰাই বা ডিঙলৈ সৌমাৰপীঠ।
Read More... 👇👇✍️👇👇
• অসমৰ ভাষা আৰু সাহিত্য ,অসমৰ মৌখিক সাহিত্য,প্রবচন আৰু ফকৰা-যােজনা,অসমৰ লিখিত সাহিত্য,অসমৰ লিখিত সাহিত্য,প্রাক বৈষ্ণৱ সাহিত্য, বৈষ্ণৱ সাহিত্য
• দেশপ্রেমিক বীৰ লাচিত বৰফুকন বিষয়ে
• সতী জয়মতী |
সতী জয়মতী কুঁৱৰীৰ বিষয়ে
• অসমৰ প্রথম অভিধান প্রণেতা টেঙাই মহন ৰ বিষয়ে চমু বিবৰণ
• Today gk and currennt Affairs in assamese
• Best Assam gk books
অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি
অসমৰ ৰাজ্যিক পশু কি আৰু ইয়াৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক পক্ষী কি আৰু ইয়াৰ বিষয়ে
অসমৰ ৰাজ্যিক ফুল কি আৰু ইয়াৰ বিষয়ে
অসমৰ ৰাজ্যিক বৃক্ষ হােলােং আৰু ইয়াৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক জলজ পশু শিহু। অসমৰ ৰাজ্যিক জলজ পশুৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক গীত |ৰাজ্যিক গীত ‘অ' মােৰ আপােনাৰ দেশ