অসমৰ ৰাজ্যিক গীত |ৰাজ্যিক গীত ‘অ' মােৰ আপােনাৰ দেশ

 

অসমৰ ৰাজ্যিক গীত |ৰাজ্যিক গীত  ‘অ' মােৰ আপােনাৰ দেশ

ৰাজ্যিক গীত  ‘অ' মােৰ আপােনাৰ দেশ’ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা “অ' মােৰ আপােনাৰ দেশ’ গীতটো ‘মােৰ দেশ’ নামেৰে ১৯০৯ চনৰ ‘বাহী’ আলােচনীত প্রথম প্রকাশ হয়। ১৯২৮ চনৰ ২৭-২৮ অক্টোবৰত মাহত তেজপুৰত দেশভক্ত তৰুণৰাম ফুকনৰ পৌৰহিত্যত অনুষ্ঠিত অসম ছাত্র সন্মিলনৰ বার্ষিক অধিৱেশনত গীতটো অসমৰ জাতীয় সংগীতৰূপে গ্রহণ কৰা হয়। গীতটো বেজবৰুৱাৰ কদমকলি’ (১৯৩০) নামৰ গ্ৰন্থখনিত সন্নিৱিষ্ট হৈছে।।

প্রথম অৱস্থাত ‘মােৰ দেশ’ নামৰ গীতটো ইংৰাজী সুৰত পৰিৱেশন কৰিব পৰাকৈ চাৰিটা স্তৱকত লিখা হৈছিল যদিও সুৰবিন্যাস কৰি সুৰত সজাবলৈ যাওঁতে ৰচক বেজবৰুৱাৰ অনুমতি সাপেক্ষে শেষৰ পাঁচটা শাৰী, অর্থাৎ,

অ’ মােৰ আপােনাৰ দেশ, অ' মােৰ সুকীয়া’দেশ, ৰা তা তা, ৰা তা তা,

তা তা তা, ৰা তা তা, ৰা তা তা, মৰমৰ দেশ।—অংশছােৱা জাতীয় সংগীতটোৰ পৰা বাদ দিয়া হয়। গীতটোৰ স্বকীয়। বৈশিষ্ট্য, গভীৰ জাতীয় প্রেম তথা স্বদেশ প্রেম আৰু জাতীয় পর্যায়ত সর্বজনৰ মনােগ্রাহী হ’ব। পৰা গুণসম্পন্ন হােৱা বাবে বিভিন্ন সময়ত ভালেকেইজন সংগীতজ্ঞ-সুৰকাৰৰ দৃষ্টি আকর্ষিত হৈ একাধিক সুৰকাৰে সুৰাৰােপিত কৰি ইয়াক জাতীয় সংগীতৰ স্বীকৃতি পাব পৰা গীতৰূপে উপস্থাপন কৰে। গীতটোৰ ভাবার্থই অসমমাতৃক প্রতিনিধিত্ব কৰিব পৰা গুণৰ অধিকাৰীৰূপে বিবেচিত তৈ গীতটোৱে অসমৰ জাতীয় সংগীতৰূপে স্বীকৃতি লাভ কৰে। তেতিয়াৰে পৰা ই পূর্বৰ পৰিচয় ‘মােৰ দেশৰ ঠাইত “অ' মােৰ আপােনাৰ দেশ’ৰূপে পৰিচিত হৈ প্ৰসাৰ লাভ কৰে।

উল্লেখযােগ্য, “অ' মােৰ আপােনাৰ দেশ’টো ইতিমধ্যে ইংৰাজী, বাংলা, বড়াে, হিন্দী আদি ডেৰকুৰিতকৈও অধিক ভাষালৈ অনুবাদ কৰি পৰিৱেশন কৰা হৈছে।

২০১৩ চনৰ ১৮ নৱেম্বৰত অসম চৰকাৰে গীতটোক ৰাজ্যিক গীতৰূপে ঘােষণা কৰে। 


Read more.....👇👇👇👇

অসমৰ ৰাজ্যিক পশু কি আৰু ইয়াৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক পক্ষী কি আৰু  ইয়াৰ বিষয়ে

অসমৰ ৰাজ্যিক ফুল  কি আৰু ইয়াৰ বিষয়ে

অসমৰ ৰাজ্যিক বৃক্ষ হােলােং আৰু ইয়াৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক পানীয় কি?

অসমৰ ৰাজ্যিক জলজ পশু শিহু। অসমৰ ৰাজ্যিক জলজ পশুৰ বিষয়ে চমু বিবৰণ

অসমৰ চমু পৰিচয়  

অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি

কামৰূপ নামৰ উৎপত্তি

অসম বুৰঞ্জীৰ চমু বিবৰণ 

দানৱ ৰাজ বংশ 

অসমৰ ৰাজনৈতিক বুৰঞ্জী

অসমৰ চুতীয়া ৰাজ্যৰ ইতিহাস

অসমৰ বাৰভূঞা সকল

অসমত কোচ বংশৰ ৰাজত্ব

অসমৰ কছাৰী ৰাজত্ব

অসমত জয়ন্তীয়া ৰাজত্ব

অসমত আহোমৰ ৰাজত্ব

অসমত ইংৰাজৰ ৰাজত্ব

অসমৰ স্বাধীনতা লাভ

অসম আন্দোলন আৰু তাৰ পিছৰ চোৱা


 Read More... 👇👇✍️👇👇

• অসমৰ ভাষা আৰু সাহিত্য ,অসমৰ ‌মৌখিক সাহিত্য,প্রবচন আৰু ফকৰা-যােজনা,অসমৰ লিখিত সাহিত্য,অসমৰ লিখিত সাহিত্য,প্রাক বৈষ্ণৱ সাহিত্য, বৈষ্ণৱ সাহিত্য 

• দেশপ্রেমিক বীৰ   লাচিত বৰফুকন বিষয়ে 

• সতী জয়মতী |
সতী জয়মতী কুঁৱৰীৰ বিষয়ে

• অসমৰ প্রথম অভিধান প্রণেতা টেঙাই মহন ৰ বিষয়ে চমু বিবৰণ

• Today gk and currennt Affairs in assamese

• Best Assam gk books




• পদ্মনাথ গােহাঞি বৰুৱা | পদ্মনাথ গােহাঞি বৰুৱাৰ জীৱনি | পদ্মনাথ গােহাঞি বৰুৱা ৰ বিষয়ে | পদ্মনাথ গােহাঞি বৰুৱাৰ জন্ম কোন চনত হৈছিল | পদ্মনাথ গােহাঞি বৰুৱাৰ ৰচিত কবিতা পুথি | গােহাঞি বৰুৱাৰ ৰচিত বুৰঞ্জীমূলক নাটকসমূহ হ'ল | গােহাঞি বৰুৱাৰ ৰচিত প্রহসন নাটসমূহ | গােহাঞি বৰুৱাৰ ৰচিত উপন্যাসসমূহ হ’ল | গােহাঞি বৰুৱাৰ ৰচিত আত্মজীৱনী | গােহাঞি বৰুৱাৰ ৰচিত ধর্মমূলক গ্রন্থ সমূহ | গােহাঞি বৰুৱাৰ সম্পাদনা কৰা আলােচনীসমূহ 


অসমৰ চমু পৰিচয়  

অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি

কামৰূপ নামৰ উৎপত্তি

অসম বুৰঞ্জীৰ চমু বিবৰণ 

দানৱ ৰাজ বংশ 

অসমৰ ৰাজনৈতিক বুৰঞ্জী

অসমৰ চুতীয়া ৰাজ্যৰ ইতিহাস

অসমৰ বাৰভূঞা সকল

অসমত কোচ বংশৰ ৰাজত্ব

অসমৰ কছাৰী ৰাজত্ব

অসমত জয়ন্তীয়া ৰাজত্ব

অসমত আহোমৰ ৰাজত্ব

অসমত ইংৰাজৰ ৰাজত্ব

অসমৰ স্বাধীনতা লাভ

অসম আন্দোলন আৰু তাৰ পিছৰ চোৱা

অসমৰ ৰাজ্যিক পশু কি আৰু ইয়াৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক পক্ষী কি আৰু  ইয়াৰ বিষয়ে

অসমৰ ৰাজ্যিক ফুল  কি আৰু ইয়াৰ বিষয়ে

অসমৰ ৰাজ্যিক বৃক্ষ হােলােং আৰু ইয়াৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক পানীয় কি?

অসমৰ ৰাজ্যিক জলজ পশু শিহু। অসমৰ ৰাজ্যিক জলজ পশুৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক গীত |ৰাজ্যিক গীত ‘অ' মােৰ আপােনাৰ দেশ
















Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form