স্বাধীনতা লাভ

 স্বাধীনতা লাভ 


স্বাধীনতা লাভ ১৯৪৫ চনত দ্বিতীয় মহাসমৰৰ অন্ত পৰাত ইংলেণ্ডত ক্লিমেন্ট এটলিৰ নেতৃত্বত শ্রমিক দলে। মন্ত্রীসভা গঠন কৰে। ১৯৪৬ চনত কেবিনেট মিছন (Cabinet Mission) আহি ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতাসকলৰ লগত আলােচনা কৰি ভাৰতৰ পৰা ইংৰাজ শাসন অপসাৰণ। কৰা হ'ব বুলি সিদ্ধান্ত কৰিলে। সেই অনুসৰি এক অহিংস অসহযােগ অথচ শক্তিশালী সংগ্ৰামৰ জৰিয়তে ভাৰতৰ লগতে অসমেও ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰিলে। ১৯৪৬ চনৰ আৰম্ভণিতে ভাৰতৰ আন ঠাইৰ লগতে অসমতাে নির্বাচন হৈছিল। এই নিবাচনত কংগ্ৰেছে জয়লাভ কৰি অসমত প্রথম মন্ত্রীসভা গঠন কৰে। স্বাধীন অসমৰ প্রথম মুখ্যমন্ত্রী আছিল লােকপ্রিয় গােপীনাথ বৰদলৈ। ১৯৫০ চনত গােপীনাথ বৰদলৈৰ মৃত্যু হােৱাত বিষ্ণুৰাম মেধি আৰু তাৰ পাছত ক্রমে বিমলাপ্রসাদ চলিহা, মহেন্দ্র মােহন চৌধুৰী আৰু শৰৎ চন্দ্র সিংহ অসমৰ মুখ্যমন্ত্রী হয়। ১৯৭৮ চনত অসমত প্ৰথমখন অকংগ্ৰেছী মন্ত্রীসভা গঠন হয়। সেইবাৰ । অসমৰ মুখ্যমন্ত্রী হয় জনতা দলৰ গােলাপ বৰবৰা। ইয়াৰ পাছত ১৯৭৯ চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হয়।


Read more.....👇👇👇👇

অসমৰ চমু পৰিচয়  

অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি

কামৰূপ নামৰ উৎপত্তি

অসম বুৰঞ্জীৰ চমু বিবৰণ 

দানৱ ৰাজ বংশ 

অসমৰ ৰাজনৈতিক বুৰঞ্জী

অসমৰ চুতীয়া ৰাজ্যৰ ইতিহাস

অসমৰ বাৰভূঞা সকল

অসমত কোচ বংশৰ ৰাজত্ব

অসমৰ কছাৰী ৰাজত্ব

অসমত জয়ন্তীয়া ৰাজত্ব

অসমত আহোমৰ ৰাজত্ব

অসমত ইংৰাজৰ ৰাজত্ব

অসমৰ স্বাধীনতা লাভ

অসম আন্দোলন আৰু তাৰ পিছৰ চোৱা

 Read More... 👇👇✍️👇👇

• অসমৰ ভাষা আৰু সাহিত্য ,অসমৰ ‌মৌখিক সাহিত্য,প্রবচন আৰু ফকৰা-যােজনা,অসমৰ লিখিত সাহিত্য,অসমৰ লিখিত সাহিত্য,প্রাক বৈষ্ণৱ সাহিত্য, বৈষ্ণৱ সাহিত্য 

• দেশপ্রেমিক বীৰ   লাচিত বৰফুকন বিষয়ে 

• সতী জয়মতী |
সতী জয়মতী কুঁৱৰীৰ বিষয়ে

• অসমৰ প্রথম অভিধান প্রণেতা টেঙাই মহন ৰ বিষয়ে চমু বিবৰণ

• Today gk and currennt Affairs in assamese

• Best Assam gk books




• পদ্মনাথ গােহাঞি বৰুৱা | পদ্মনাথ গােহাঞি বৰুৱাৰ জীৱনি | পদ্মনাথ গােহাঞি বৰুৱা ৰ বিষয়ে | পদ্মনাথ গােহাঞি বৰুৱাৰ জন্ম কোন চনত হৈছিল | পদ্মনাথ গােহাঞি বৰুৱাৰ ৰচিত কবিতা পুথি | গােহাঞি বৰুৱাৰ ৰচিত বুৰঞ্জীমূলক নাটকসমূহ হ'ল | গােহাঞি বৰুৱাৰ ৰচিত প্রহসন নাটসমূহ | গােহাঞি বৰুৱাৰ ৰচিত উপন্যাসসমূহ হ’ল | গােহাঞি বৰুৱাৰ ৰচিত আত্মজীৱনী | গােহাঞি বৰুৱাৰ ৰচিত ধর্মমূলক গ্রন্থ সমূহ | গােহাঞি বৰুৱাৰ সম্পাদনা কৰা আলােচনীসমূহ 


অসমৰ চমু পৰিচয়  

অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি

কামৰূপ নামৰ উৎপত্তি

অসম বুৰঞ্জীৰ চমু বিবৰণ 

দানৱ ৰাজ বংশ 

অসমৰ ৰাজনৈতিক বুৰঞ্জী

অসমৰ চুতীয়া ৰাজ্যৰ ইতিহাস

অসমৰ বাৰভূঞা সকল

অসমত কোচ বংশৰ ৰাজত্ব

অসমৰ কছাৰী ৰাজত্ব

অসমত জয়ন্তীয়া ৰাজত্ব

অসমত আহোমৰ ৰাজত্ব

অসমত ইংৰাজৰ ৰাজত্ব

অসমৰ স্বাধীনতা লাভ

অসম আন্দোলন আৰু তাৰ পিছৰ চোৱা

অসমৰ ৰাজ্যিক পশু কি আৰু ইয়াৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক পক্ষী কি আৰু  ইয়াৰ বিষয়ে

অসমৰ ৰাজ্যিক ফুল  কি আৰু ইয়াৰ বিষয়ে

অসমৰ ৰাজ্যিক বৃক্ষ হােলােং আৰু ইয়াৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক পানীয় কি?

অসমৰ ৰাজ্যিক জলজ পশু শিহু। অসমৰ ৰাজ্যিক জলজ পশুৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক গীত |ৰাজ্যিক গীত ‘অ' মােৰ আপােনাৰ দেশ









Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form