জয়ন্তীয়া ৰাজত্ব | অসমত জয়ন্তীয়া ৰাজত্ব

 জয়ন্তীয়া ৰাজত্ব | অসমত জয়ন্তীয়া ৰাজত্বৰ


জয়ন্তীয়া ৰাজত্ব। জয়ন্তীয়া পাহাৰ আৰু তাৰ দক্ষিণে সমতলৰ কিছু অঞ্চল জয়ন্তীয়া ৰাজ্যৰ অন্তৰ্গত আছিল। মাতৃপ্রধান জয়ন্তীয়াসকলে আহােমৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰিছিল আৰু যুদ্ধৰ সময়ত আহােমৰ হৈ মােগলৰ বিৰুদ্ধে যুঁজ দিছিল। পৰ্বতৰায় নামৰ জয়ন্তীয়া ৰজা এজনে আনুমানিক পঞ্চদশ শতিকাত প্রতিষ্ঠা কৰা জয়ন্তীয়া ৰাজ্য ষষ্ঠদশ শতিকাত চিলাৰায়ে আক্রমণ কৰি জয়ন্তীয়া ৰজাক বধ কৰি ৰাজ্যখন কোচৰ কৰতলীয়া কৰে। ইয়াৰ পাছত ধনমাণিক নামৰ এজন জয়ন্তীয়া ৰজাই (আনুমানিক সপ্তদশ শতিকাৰ আৰম্ভণিত) আহােমৰ লগ লাগি জয়ন্তীয়া ৰাজ্য উদ্ধাৰ । কৰে। ধনমাণিকৰ পাছত ক্রমে যশমাণিক, বশমাণিক, সুন্দৰৰায়, চোট পর্বতৰায়, যশােমত্ত ৰায়, মানসিংহ, প্রতাপসিংহ, বিজয় নাৰায়ণ আদি কেইবাজনাে ৰজাই জয়ন্তীয়া ৰাজ্যত ৰাজত্ব কৰে। বিজয় নাৰায়ণৰ পিছতেই আহােম ৰাজ্যৰ লগত জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ যায়।।

 Read More... 👇👇✍️👇👇

• অসমৰ ভাষা আৰু সাহিত্য ,অসমৰ ‌মৌখিক সাহিত্য,প্রবচন আৰু ফকৰা-যােজনা,অসমৰ লিখিত সাহিত্য,অসমৰ লিখিত সাহিত্য,প্রাক বৈষ্ণৱ সাহিত্য, বৈষ্ণৱ সাহিত্য 

• দেশপ্রেমিক বীৰ   লাচিত বৰফুকন বিষয়ে 

• সতী জয়মতী |
সতী জয়মতী কুঁৱৰীৰ বিষয়ে

• অসমৰ প্রথম অভিধান প্রণেতা টেঙাই মহন ৰ বিষয়ে চমু বিবৰণ

• Today gk and currennt Affairs in assamese

• Best Assam gk books




• পদ্মনাথ গােহাঞি বৰুৱা | পদ্মনাথ গােহাঞি বৰুৱাৰ জীৱনি | পদ্মনাথ গােহাঞি বৰুৱা ৰ বিষয়ে | পদ্মনাথ গােহাঞি বৰুৱাৰ জন্ম কোন চনত হৈছিল | পদ্মনাথ গােহাঞি বৰুৱাৰ ৰচিত কবিতা পুথি | গােহাঞি বৰুৱাৰ ৰচিত বুৰঞ্জীমূলক নাটকসমূহ হ'ল | গােহাঞি বৰুৱাৰ ৰচিত প্রহসন নাটসমূহ | গােহাঞি বৰুৱাৰ ৰচিত উপন্যাসসমূহ হ’ল | গােহাঞি বৰুৱাৰ ৰচিত আত্মজীৱনী | গােহাঞি বৰুৱাৰ ৰচিত ধর্মমূলক গ্রন্থ সমূহ | গােহাঞি বৰুৱাৰ সম্পাদনা কৰা আলােচনীসমূহ 


অসমৰ চমু পৰিচয়  

অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি

কামৰূপ নামৰ উৎপত্তি

অসম বুৰঞ্জীৰ চমু বিবৰণ 

দানৱ ৰাজ বংশ 

অসমৰ ৰাজনৈতিক বুৰঞ্জী

অসমৰ চুতীয়া ৰাজ্যৰ ইতিহাস

অসমৰ বাৰভূঞা সকল

অসমত কোচ বংশৰ ৰাজত্ব

অসমৰ কছাৰী ৰাজত্ব

অসমত জয়ন্তীয়া ৰাজত্ব

অসমত আহোমৰ ৰাজত্ব

অসমত ইংৰাজৰ ৰাজত্ব

অসমৰ স্বাধীনতা লাভ

অসম আন্দোলন আৰু তাৰ পিছৰ চোৱা

অসমৰ ৰাজ্যিক পশু কি আৰু ইয়াৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক পক্ষী কি আৰু  ইয়াৰ বিষয়ে

অসমৰ ৰাজ্যিক ফুল  কি আৰু ইয়াৰ বিষয়ে

অসমৰ ৰাজ্যিক বৃক্ষ হােলােং আৰু ইয়াৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক পানীয় কি?

অসমৰ ৰাজ্যিক জলজ পশু শিহু। অসমৰ ৰাজ্যিক জলজ পশুৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক গীত |ৰাজ্যিক গীত ‘অ' মােৰ আপােনাৰ দেশ








Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form