Assam GK অসম কুইজ | সাহিত্য | অসম ৰাজ্যখন | উদ্ভিদ আৰু প্রাণী| অসম ৰাজ্যখন

 Assam GK

অসম কুইজ | সাহিত্য | অসম ৰাজ্যখন |
উদ্ভিদ আৰু প্রাণী| অসম ৰাজ্যখন




অসম কুইজ

১) প্রশ্ন : অসমৰ প্ৰথম ৰাজ্যপালৰ নাম কি আছিল?

উত্তৰ : ছাৰ চালেহ মহম্মদ আকবৰ হায়দৰী।

২) প্রশ্ন : অসমৰ প্রথম সাহিত্য সভাৰ সভাপতি কোন আছিল?

উত্তৰ : পদ্মনাথ গােহাঞিবৰুৱা।

৩) প্রশ্ন : অসমৰ প্রাচীন নাম কি আছিল?

উত্তৰ : প্রাগজ্যোতিষপুৰ।

৪) প্রশ্ন : অসমৰ প্রধান ভাষা কি কি?

উত্তৰ : অসমীয়া, বাংলা,হিন্দী, ইংৰাজী, বড়াে, ।

৫) প্রশ্ন : অসমত তেল শােধনাগাৰ কেইটা আছে? উত্তৰ : চাৰিটা। যথাক্রমে – ডিগবৈ, বঙাইগাওঁ,নুমলীগড়, গুৱাহাটী। 

৬) প্রশ্ন : অসমৰ প্রথম কথাছবিৰ নাম কি?

উত্তৰ : জয়মতী।

৭) প্রশ্ন : অসমৰ প্ৰথম ইংৰাজী বাতৰি কাকতৰ নাম কি?

উত্তৰ :টাইম অৱ অসম৷

৮) প্রশ্ন : সাহিত্য একাডেমিৰ বঁটা পােৱা প্ৰথম অসমীয়া গ্রন্থ খনৰ নাম কি?

উত্তৰ :বনফুল।

৯) প্রশ্ন : অসমত প্রথম চিনেমা স্টুডিঅ' ক'ত আৰু তাৰ নাম কি?

উত্তৰ : গুৱাহাটীৰ কাহিলীপাৰাত, নাম জ্যোতি চিত্ৰবন।

১০) প্রশ্ন : অসম বিধান সভাৰ প্রথম অধ্যক্ষ কোন আছিল?

উত্তৰ : বসন্ত দাস।

১১) প্রশ্ন : অসমত প্রথম তৰাগৃহ (প্লেনেটৰিয়াম) ক'ত আছে?

উত্তৰ : গুৱাহাটী হাই ক'ৰ্টৰ ওচৰত। 

১২) প্রশ্ন : অসমৰ উপন্যাস সম্রাট কোন?

উত্তৰ : ৰজনীকান্ত বৰদলৈ।



১৩) প্রশ্ন : অসমৰ কলাগুৰু কাক কোৱা হয়?


উত্তৰ :বিষ্ণুপ্ৰসাদ ৰাভা।


১৪) প্রশ্ন : অসমৰ বিপ্লৱী কবিজন কোন?


উত্তৰ : প্রসন্নলাল চৌধুৰী।


১৫) প্রশ্ন : দেশভক্ত কোন আছিল?


উত্তৰ : তৰুণৰাম ফুকন।


১৬) প্রশ্ন : অসমৰ গৌৰৱ কোন?


উত্তৰ : হেম বৰুৱা।


১৭) প্রশ্ন : অসমৰ অগ্নিকবি কোন?


উত্তৰ :কমলাকান্ত ভট্টাচার্য।


১৮) প্রশ্ন : অসম কেশৰী কোন?


উত্তৰ : অম্বিকাগিৰি ৰায়চৌধুৰী।


১৯) প্রশ্ন : অসমৰ সংগীত সূর্য কোন আছিল?


উত্তৰ : ড° ভূপেন হাজৰিকা।


২০) প্রশ্ন : অসমৰ প্রাচ্য পণ্ডিত কোন আছিল?


উত্তৰ :কৃষ্ণকান্ত সন্দিকৈ।


২১) প্রশ্ন : বর্তমান গুৱাহাটীৰ পুৰণি নাম কি আছিল?


উত্তৰ : প্রাগজ্যোতিষপুৰ।


২২) প্রশ্ন : শ্বাহৰুক খানৰ দিলছে হিন্দী ছবিখন অসমৰ কোনটো ৰেল ষ্টেচনত শুটিং


হৈছিল?


উত্তৰ : হাফলং। 

২৩) প্রশ্ন : অসমীয়া বিহু নৃত্যুক প্রথম ৰাজহুৱা মঞ্চত কোনে অৱতীৰ্ণ কৰাইছিল?


উত্তৰ : ৰাধা গােবিন্দ বৰুৱা।


২৪) প্রশ্ন : অসমত প্রথম কুইজ প্রতিযােগিতা ক'ত হৈছিল?


উত্তৰ : গুৱাহাটীৰ কটন কলেজত (১৯৬৫ চনত)।


২৫) প্রশ্ন : গুৱাহাটীৰ প্ৰথম চিনেমা হলটোৰ নাম কি?


উত্তৰ : কেলভিন।


২৬) প্রশ্ন : প্রাপ্তবসঙ্কৰ বাবে অসমীয়া প্রথম চিনেমাখনৰ নাম কি?


উত্তৰ :মৰীচিকা।


২৭) প্রশ্ন : অসমৰ প্রথম বেৰিষ্টাৰ কোন আছিল?


উত্তৰ : আনন্দৰাম বৰুৱা।


২৮) প্রশ্ন : অসমীয়া প্রথম ৰাজ্যপাল কোন আছিল?


উত্তৰ :বিষ্ণুৰাম মেধি।


২৯) প্রশ্ন : অসমৰ প্রথম চলচ্চিত্র পৰিচালক কোন আছিল?


উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা।


৩০) প্রশ্ন : অসমৰ প্রথম কেন্দ্রীয় মন্ত্রীসভাৰ সদস্য কোন আছিল?


উত্তৰ : সুৰেন্দ্ৰনাথ বুঢ়াগােহাঞি |


৩১) প্রশ্ন : অসমৰ প্রথম মহিলা গ্রেজুৱেট কোন আছিল?


উত্তৰ :সুধালতা দাস।


৩২) প্রশ্ন : অসমৰ পৰা ভাৰতৰ প্ৰথম ৰাষ্ট্রপতি কোন হৈছিল?


উত্তৰ : ফকৰুদ্দিন আলী আহমেদ।


৩৩) প্রশ্ন : অসমৰ প্রথম মহিলা আই এ এছ কোন?


উত্তৰ : পাৰুল দাস।


৩৪) প্রশ্ন : গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রথম উপাচার্য্য কোন আছিল?


উত্তৰ :কৃষ্ণকান্ত সন্দিকৈ।


৩৫) প্রশ্ন : অসমৰ সহিত্য সভাৰ প্রথম মহিলা সভাপতি কোন আছিল?


উত্তৰ : নলিনীবালা দেৱী।


৩৬) প্রশ্ন : অসমৰ কোন জন ব্যক্তিয়ে প্রথম লণ্ডন বিশ্ববিদ্যালয়ত ডি লির্ট উপাধি লাভ


কৰে?


উত্তৰ : ড° সূর্যকুমাৰ ভূঞা।


৩৭) প্রশ্ন : অসমত সংস্কৃত মহাবিদ্যালয় ক'ত ক'ত আছে?


উত্তৰ : গুৱাহাটী আৰু নলবাৰী।


৩৮) প্রশ্ন : অসমত আৰবি ভাষাৰ মহাবিদ্যালয় ক'ত আছে?


উত্তৰ : ৰঙিয়াত।


৩৯) প্রশ্ন : অসমত বিশ্ব স্বাস্থ্যকেন্দ্র ক'ত আছে?


উত্তৰ :চাবুৱাত।


৪০) প্রশ্ন : অসমত মানসিক ৰােগৰ চিকিৎসালয় ক'ত আছে?


উত্তৰ : তেজপুৰত।


৪১) প্রশ্ন : অসমত সৈনিক স্কুল ক'ত আছে?


উত্তৰ : গােৱালপাৰাত।


৪২) প্রশ্ন : অসমত অন্ধৰ বাবে বিদ্যালয় ক'ত ক'ত আছে?


উত্তৰ : গুৱাহাটী, নগাওঁ, ডিব্রুগড়।


৪৩) প্রশ্ন : অসমত কলা-বােৱাৰ বাবে বিদ্যালয় ক'ত আছে?


উত্তৰ : গুৱাহাটী কাহিলীপাৰাত।


৪৪) প্রশ্ন : অসমত ফৰেষ্ট বিদ্যালয় ক'ত আছে?


উত্তৰ : গুৱাহাটী জালুকবাৰীত।


৪৫) প্রশ্ন : অসমত প্রাকৃতিক গেছ প্রকল্প ক'ত আছে?


উত্তৰ নামৰুপ আৰু বঙাইগাওঁ।


৪৬) প্রশ্ন : অসমত ৰাসায়নিক সাৰ কাৰখানা ক'ত আছে?


উত্তৰ : নামৰুপত।


৪৭) প্রশ্ন : অসমত চিমেণ্ট কাৰখানা ক'ত আছে?


উত্তৰ : বােকাজানত।


৪৮) প্রশ্ন :২০১১ চনৰ লােক পিয়ল মতে অসমৰ জনসংখ্যা কিমান?


উত্তৰ : ৩,১২,০৫,৫৭৬ জন।


৪৯) প্রশ্ন : অসমত কাগজৰ কল ক'ত আছে?


উত্তৰ : জাগীৰােড, পাঁচগ্রাম।


৫০) প্রশ্ন : অসমত মৰাপাটৰ কল ক'ত আছে?


উত্তৰ :শিলঘাটত।


৫১) প্রশ্ন : অসমীয়াত প্রথম ৰঙীণ কথাছবি খনৰ নাম কি? উত্তৰ : ভাইটি।


৫২) প্রশ্ন : বিদেশত প্রদর্শিত প্রথম অসমীয়া কথাছবি খনৰ নাম কি?


উত্তৰ পূবেৰুণ।


৫৩) প্রশ্ন : চামেলি মেমচাব কথাছবিৰ ৰাষ্ট্ৰীয় বঁটা কেতিয়া পাইছিল?


উত্তৰ :১৯৭৫ চনত।


৫৪) প্রশ্ন : অসমত প্রথম জ্ঞানপীঠ বঁটা বিজয়ী জনৰ নাম কি?


উত্তৰ : ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য।


৫৫) প্রশ্ন : অসমৰ কাজিৰঙা নেশ্যনেল উদ্যান কি কাৰণে বিখ্যাত?


উত্তৰ : এশিঙীয়া গঁড়ৰ বাবে।


৫৬) প্রশ্ন : অসমীয়া জাতিৰ প্রাণ পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল?


উত্তৰ :১৪৪৯ চনত।


৫৭) প্রশ্ন : শ্ৰীমন্ত শঙ্কৰদেৱৰ পত্নীৰ নাম কি?


উত্তৰ :সূর্যৱতী আৰু কালিন্দী।


৫৮) প্রশ্ন : শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰধান শিষ্যজন কোন আছিল? উত্তৰ শ্ৰীমন্ত মাধৱদেৱ।


৫৯) প্রশ্ন : অসমৰ শেষ ৰজা জনৰ নাম কি?


উত্তৰ : চন্দ্রকান্ত সিংহ।


৬০) প্রশ্ন : আহােমৰ সর্বশ্রেষ্ঠ ৰজা কোন আছিল?


উত্তৰ : ৰুদ্ৰসিংহ।


৬১) প্রশ্ন : শ্ৰীমন্ত শঙ্কৰদেৱৰ শিক্ষাগুৰু জনৰ নাম কি আছিল?


উত্তৰ : মহেন্দ্ৰ কন্দলী।


৬২) প্রশ্ন : ভাৰতৰ প্ৰধান বন্দৰসমূহ কি কি?


উত্তৰ :১) কাণ্ডার্ল (গুজৰাট)


২) মুম্বাই


৩) মুৰগাঁও


৪) মাঙ্গালােওৰ


৫) কোচিন


৬) টুটিকোৰিণ


৭) চেন্নাই ৮) বিশাখানম


৯) কলকাতা


১০) নভসেৱা বা জৱাহৰলাল নেহৰু বন্দৰ।




Assam GK
সাহিত্য


১. অসমীয়া ভাষা- সাহিত্যৰ জনক কোন?


উত্তৰ:- শ্ৰীমন্ত শংকৰদেৱ৷


২. শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্রধান পুথিখনৰ নাম কি?


উত্তৰ:- কীৰ্ত্তন|


৩. প্রথম অসমীয়া গদ্য লেখক কোন?


উত্তৰ:- ভট্টদেৱ৷


৪. প্রথম অসমীয়া কথা-কবিতাৰ ৰচক কোন?


উত্তৰ:- যতীন্দ্র নাথ দুৱৰা৷


৫. অসমীয়া চুটিগল্পৰ জনক কোন?


উত্তৰ:- লক্ষীনাথ বেজবৰুৱা৷


৬. প্রথম অসমীয়া গল্প সংকলনখনৰ নাম কি?


উত্তৰ:- লক্ষমীনাথ বেজবৰুৱাৰ 'সুৰভি'।


৭. অসমীয়া ভাষাত প্রথম ব্যাকৰণ ৰচোঁতা কোন?


উত্তৰ:- ৰবিন্সন (১৮৩৯ চন)


৮, অসমীয়া ভাষাত প্রথম অভিধান ৰচোঁতা কোন?


উত্তৰ:- বৃনচন (১৮৬৭ চন)


৯, অসম সাহিত্যসভাৰ প্রথম সভাপতি কোন?


উত্তৰ:- পদ্মনাথ গােহাঞিবৰুৱা৷


১০. অসম সাহিত্যসভাৰ প্রথম অধিবেশন কোন ঠাইত আৰু কিমান চনত হৈছিল?


উত্তৰ:- শিৱসাগৰত, ১৯১৭ চনৰ ডিচেম্বৰ মাহত।


১১. অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্রথম ব্যক্তিজন কোন আছিল?


উত্তৰ:- হেমচন্দ্ৰ বৰুৱা৷


১২. প্রথম অসমীয়া নাটক --- শংকৰদেৱৰ চিহযাত্ৰা৷


১৩, প্রথম অসমীয়া কথাকবিতাৰ ৰচিয়তা --- যতীন্দ্র নাথ দুৱৰা৷


১৪. প্রথম অসমীয়া ছপা পুথি --- আত্মাৰাম শৰ্মাৰ ধর্মপুস্তক (১৮১৩ চন)।


১৫. প্রথম অসমীয়া চিকাৰ কাহিনী --- তৰুণৰাম ফুকনৰ চিকাৰ কাহিনী।


১৬. প্রথম অসমীয়া ছনেট --- হেমচন্দ গােস্বামী ৰচিত প্রিয়তমাৰ চিঠি।


১৭. প্রথম অসমীয়া ছপা উপন্যাস --- পদ্মনাথ গােহাঞিবৰুৱা ৰচিত লাহৰী (১৮৯২ চন)।


Assam GK


উদ্ভিদ আৰু প্রাণী


১) প্রশ্ন : অৰুণাচল প্রদেশৰ ৰাজ্যিক জন্ত কি?


উত্তৰ : মেথােন।


২) প্রশ্ন : অৰুণাচল প্রদেশৰ অঞ্চল অনুসৰি সবাতােকৈ


বিশাল বন্যপ্রাণী অভয়াৰণ্যখন কি?


উত্তৰ : দিবং বন্যপ্রাণী অভয়াৰণ্য।


৩) প্রশ্ন : চিৰােহী ৰাষ্টীয় উদ্যান মণিপুৰৰ কোন জিলাত


অৱস্থিত?


উত্তৰ : ইম্ফল পূব। ৪) প্রশ্ন : নীলা পাহাৰ ৰাষ্ট্ৰীয় উদ্যান মিজোৰামৰ কোন জিলাত অৱস্থিত?


উত্তৰ : চিমটুইপুই।


৫) প্রশ্ন : নাগালেণ্ডত সৰ্বমুঠ কিমান খন অভয়াৰণ্য আছে? উত্তৰ : তিনি খন।


৬) প্রশ্ন : অৰুণাচল প্রদেশত কিমান খন বন্যপ্রাণীৰ


অভয়াৰণ্য আছে?


উত্তৰ : আঠ খন।।


৭) প্রশ্ন : অসমৰ সর্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান কোন খন? উত্তৰ : মানস ৰাষ্ট্ৰীয় উদ্যান।


৮) প্রশ্ন : কোনটো ফুল অসমৰ ৰাজ্যিক ফুল হিচাপে


স্বীকৃত?


উত্তৰ : ফক্সটেইল অর্কিড (এবিধ কপৌফুল)। ৯) প্রশ্ন : কোন স্থানত মণিপুৰৰ প্রাণী উদ্যান অৱস্থিত?


উত্তৰ : ইম্ফল।


১০) প্রশ্ন : মেঘালয়ৰ সর্ববৃহৎ ৰাষ্টীয় উদ্যানখন কি?


উত্তৰ : বালপাক্রম ৰাষ্ট্ৰীয় উদ্যান। ১১) প্রশ্ন : নাগালেণ্ডৰ ঘুচু পক্ষী অভয়াৰণ্য ক'ত অৱস্থিত? উত্তৰ : জুনহেবুট'।


১২) প্রশ্ন : ত্ৰিপুৰাত থকা বন্যপ্রাণী অভয়াৰণ্যৰ সংখ্যা


কিমান?


উত্তৰ : চাৰি।।


১৩) প্রশ্ন : ত্ৰিপুৰাৰ দক্ষিণ-পূর্ব অংশত অৱস্থিত


অভয়াৰণ্যখনৰ নাম কি?


উত্তৰ : গােমতী অভয়াৰণ্য।


১৪) প্রশ্ন : অৰুণাচল প্রদেশৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত


ব্যাঘ্র প্রকল্প আৰম্ভ কৰা হৈছে?


উত্তৰ : নামডফা ৰাষৰীয় উদ্যান।


১৫) প্রশ্ন : অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৃথিৱী বিখ্যাত


খ্যাতিত কিহে অৰিহণা যােগাইছে?


উত্তৰ : এশিঙীয়া গঁড়।


১৬) প্রশ্ন : অসমত দুখন ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল আছে।সেই


দুখনৰ নাম কি?


উত্তৰ : মানস ৰাষ্ট্ৰীয় উদ্যান আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যান।


১৭) প্রশ্ন : ভাৰতৰ একমাত্ৰ ওপঙি থকা ৰাষ্ট্ৰীয় উদ্যান।


মণিপুৰত অৱস্থিত। ইয়াৰ নাম ক'ব পাৰিবানে?


উত্তৰ : কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান।


১৮) প্রশ্ন : নাগালেণ্ডৰ বৃহত্তম বন্যপ্রাণী অভয়াৰণ্য খনৰ


নাম কি?


উত্তৰ : পুলি বাডজে।


১৯) প্রশ্ন : মাটিকালিৰ ভিত্তিত ত্ৰিপুৰাৰ বৃহত্তম বন্যপ্রাণী


অভয়াৰণ্য কোনখন?


উত্তৰ : গােমতী বন্যপ্রাণী অভয়াৰণ্য। ২০) প্রশ্ন : ত্ৰিপুৰাৰ তৃষ্ণা বন্যপ্রাণী অভয়াৰণ্যৰ মুখ্য


আকর্ষণ কি?


উত্তৰ : ভাৰতীয় মেথােন (গৌৰ)।




অসম ৰাজ্যখন


১) প্রশ্ন : 'অসম' শব্দটো সংস্কৃত অসমা শব্দৰ পৰা অনা হৈছে। ইয়াৰ অর্থ কি? উত্তৰ : অতুলনীয়।


২) প্রশ্ন : ২০১১ চনৰ লােকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান?


উত্তৰ : ৩,১১,৬৯,২৭২।


৩) প্রশ্ন :২০১১ চনৰ লােকপিয়লৰ সমীক্ষা অনুসৰি অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা


থকা জিলা খনৰ নাম কি?


উত্তৰ : নগাঁও।


৪) প্রশ্ন : ২০০১-২০১১ চনৰ ভিতৰত অসমত জনসংখ্যা বৃদ্ধিৰ শতকৰা হাৰ কিমান?


উত্তৰ : +১৬.৯৩।


৫) প্রশ্ন :২০১১ চনৰ লােকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান?


উত্তৰ :৭৩.১৮


৬) প্রশ্ন : অসমৰ কোন খন জিলাত পুৰুষ-মহিলাৰ অনুপাতৰ হাৰ সর্বাধিক?


উত্তৰ : গােৱালপাৰা।


৭) প্রশ্ন : অসমৰ পুৰণি নাম কি?


উত্তৰ : কামৰুপ আৰু প্ৰাগজ্যোতিষপুৰ।


৮) প্রশ্ন : ২০০১ ৰ লােকপিয়ল অনুসৰি অসমত মহিলা আৰু পুৰুষৰ জনসংখ্যাৰ


শতকৰা হাৰ কিমান?


উত্তৰ : ৫২% আৰু ৪৮%।


৯) প্রশ্ন : অসমৰ জাতীয় সংগীতটোৰ নাম কি আৰু ইয়াৰ ৰচক কোন?


উত্তৰ : 'অ' মােৰ আপােনাৰ দেশ’ – ৰচক – লক্ষীনাথ বেজবৰুৱা।


১০) প্রশ্ন : অসমৰ জাতীয় প্রতীক কি?


উত্তৰ : এশিঙীয়া গঁড়।


১১) প্রশ্ন : অসমৰ কোন খন জিলাত গৰম পানীৰ উহ আছে?


উত্তৰ : গােলাঘাট।


১২) প্রশ্ন : বদৰপুৰ উত্তৰ-পূব ৰেলৱেৰ এটা বৃহৎ জংচন। ই অসমৰ কোন খন জিলাত


অৱস্থিত?


উত্তৰ : কৰিমগঞ্জ।


১৩) প্রশ্ন : অসমৰ মাটিকালিয়ে দেশৰ সৰ্বমুঠ মাটিকালিৰ শতকৰা কিমান ভাগ আগুৰি


আছে?


উত্তৰ : ২.৩৯ (প্রায়) শতাংশ।


১৪) প্রশ্ন : অসমৰ মুঠ মাটিকালি কিমান?


উত্তৰ : ৭৮,৪৩৮ (প্রায়) বর্গ কি:মি:।


১৫) প্রশ্ন : অসম বিধান সভাৰ মুঠ আসনৰ সংখ্যা কিমান?


উত্তৰ :১২৬ খন।


১৬) প্রশ্ন : লােক সভাত অসমৰ সদস্য সংখ্যা কিমান?


উত্তৰ : ১৪ জন।


১৭) প্রশ্ন : অসমৰ পৰা কিমান জন সদস্যক ৰাজ্য সভালৈ নির্বাচিত কৰি পঠোৱা হয়?


উত্তৰ :৭ জন।








Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form