পদ্মনাথ গােহাঞি বৰুৱা | পদ্মনাথ গােহাঞি বৰুৱাৰ জীৱনি | পদ্মনাথ গােহাঞি বৰুৱা ৰ বিষয়ে | পদ্মনাথ গােহাঞি বৰুৱাৰ জন্ম কোন চনত হৈছিল | পদ্মনাথ গােহাঞি বৰুৱাৰ ৰচিত কবিতা পুথি | গােহাঞি বৰুৱাৰ ৰচিত বুৰঞ্জীমূলক নাটকসমূহ হ'ল | গােহাঞি বৰুৱাৰ ৰচিত প্রহসন নাটসমূহ | গােহাঞি বৰুৱাৰ ৰচিত উপন্যাসসমূহ হ’ল | গােহাঞি বৰুৱাৰ ৰচিত আত্মজীৱনী | গােহাঞি বৰুৱাৰ ৰচিত ধর্মমূলক গ্রন্থ সমূহ | গােহাঞি বৰুৱাৰ সম্পাদনা কৰা আলােচনীসমূহ

 পদ্মনাথ গােহাঞি বৰুৱা | পদ্মনাথ গােহাঞি বৰুৱাৰ জীৱনি | পদ্মনাথ গােহাঞি বৰুৱা ৰ বিষয়ে | পদ্মনাথ গােহাঞি বৰুৱাৰ জন্ম কোন চনত হৈছিল | পদ্মনাথ গােহাঞি বৰুৱাৰ ৰচিত কবিতা পুথি | গােহাঞি বৰুৱাৰ ৰচিত  বুৰঞ্জীমূলক নাটকসমূহ হ'ল | গােহাঞি বৰুৱাৰ ৰচিত  প্রহসন নাটসমূহ | গােহাঞি বৰুৱাৰ ৰচিত উপন্যাসসমূহ হ’ল | গােহাঞি বৰুৱাৰ ৰচিত আত্মজীৱনী | গােহাঞি বৰুৱাৰ ৰচিত ধর্মমূলক গ্রন্থ  সমূহ | গােহাঞি বৰুৱাৰ  সম্পাদনা কৰা আলােচনীসমূহ 


অসমৰ এজন স্বনামধন্য সাহিত্যিক পদ্মানাথ গােহাঞি বৰুৱাদেৱৰ জন্ম হয় ১৮৭১ চনৰ ২৪ অক্টোবৰত উত্তৰ লক্ষীমপুৰৰ নকৰি গাঁৱত। তেওঁৰ দেউতাকৰ নাম আছিল ঘিণাৰাম আৰু মাকৰ

 নাম লক্ষ্মীদেৱী। তেওঁ উত্তৰ লক্ষীমপুৰৰ পৰা ছাত্রবৃত্তি পৰীক্ষাত উত্তীৰ্ণ হৈ শিৱসাগৰ হাইস্কুলত। নাম লগায় যদিও পাছত কহিমা হাইস্কুলৰ পৰা ১৮৯০ চনত এন্টেন্স পৰীক্ষাত উত্তীর্ণ হয়। উচ্চ। শিক্ষাৰ বাবে তেওঁ কলিকতালৈ যায় আৰু এফ. এ. আৰু আইন পঢ়ে। তেওঁ প্ৰথমে কহিমা মধ্য ইংৰাজী বিদ্যালয়ত প্রধান শিক্ষক হিচাপে যােগদান কৰে আৰু পাছত যােৰহাটত কিছুকাল শিক্ষকতা কৰি ১৮৯৩ চনত তেজপুৰ নর্মাল স্কুললৈ আহে আৰু তাতে স্থায়ীভাৱে বাস কৰে। | পদ্মনাথ গােহাঞি বৰুৱাদেৱৰ কবিতা, নাটক, উপন্যাস আদি সাহিত্যৰ প্রায় সকলাে বিভাগত হাত আছিল। তেওঁৰ বিখ্যাত কবিতা পুথিসমূহ হ’ল – ‘জুৰণি’, ‘লীলা’, ‘ফুলৰ চানেকী। বুৰঞ্জীমূলক নাটকসমূহ হ'ল — জয়মতী’, ‘গদাধৰ’, ‘সাধনা’, লাচিত বৰফুকন’, ‘বাণৰজা’। প্রহসন নাটসমূহ হল— ‘গাওঁবুঢ়া’, ‘টেটোন তামুলী’, ‘ভূত নে ভ্রম’। উপন্যাসসমূহ হ’ল – “ভানুমতী’, ‘লাহৰী’। আত্মজীৱনী— 'মােৰ সোঁৱৰণী’, সংগ্রহ – সাহিত্য সংগ্রহ’, ‘জীৱনী সংগ্রহ। ধর্মমূলক গ্রন্থ - শ্রীকৃষ্ণ’, ‘গীতাসাৰ। ইয়াৰ উপৰিও তেওঁ ভূগােল দর্পন, নীতিশিক্ষা, শিক্ষাবিধান আদি অনেক পাঠ্যপুথি ৰচনা কৰিছিল। তেওঁ সম্পাদনা কৰা আলােচনীসমূহ হ’ল - ‘বিজুলী’, ‘আসাম বন্তি’ আৰু ঊষা।


তেওঁ শিৱসাগৰত বহা অসম সাহিত্য সভাৰ প্রথম অধিৱেশনৰ (১৯১৭) সভাপতি আছিল। তেওঁ তেজপুৰৰ বাণ ৰংগমঞ্চৰ লগত ঘণিষ্ঠভাৱে জড়িত আছিল। কেইবাবছৰৰ ধৰি তেজপুৰ পৌৰসভাৰ সভাপতি আছিল। অসম ব্যৱস্থাপক সভাৰ সভ্যও নির্বাচিত হৈছিল। তেওঁ বিভিন্ন সাহিত্যিক আৰু সামাজিক অনুষ্ঠানৰ অধিবেশনত সভাপতিত্ব কৰিছিল। এইজনা সাহিত্যকৰ ১৯৪৬ চনৰ ৭ এপ্রিল তাৰিখে পৰলােক প্রাপ্তি হয়। 


 Read More... 👇👇✍️👇👇

• অসমৰ ভাষা আৰু সাহিত্য ,অসমৰ ‌মৌখিক সাহিত্য,প্রবচন আৰু ফকৰা-যােজনা,অসমৰ লিখিত সাহিত্য,অসমৰ লিখিত সাহিত্য,প্রাক বৈষ্ণৱ সাহিত্য, বৈষ্ণৱ সাহিত্য 

• দেশপ্রেমিক বীৰ   লাচিত বৰফুকন বিষয়ে 

• সতী জয়মতী |
সতী জয়মতী কুঁৱৰীৰ বিষয়ে

• অসমৰ প্রথম অভিধান প্রণেতা টেঙাই মহন ৰ বিষয়ে চমু বিবৰণ

• Today gk and currennt Affairs in assamese

• Best Assam gk books




• পদ্মনাথ গােহাঞি বৰুৱা | পদ্মনাথ গােহাঞি বৰুৱাৰ জীৱনি | পদ্মনাথ গােহাঞি বৰুৱা ৰ বিষয়ে | পদ্মনাথ গােহাঞি বৰুৱাৰ জন্ম কোন চনত হৈছিল | পদ্মনাথ গােহাঞি বৰুৱাৰ ৰচিত কবিতা পুথি | গােহাঞি বৰুৱাৰ ৰচিত বুৰঞ্জীমূলক নাটকসমূহ হ'ল | গােহাঞি বৰুৱাৰ ৰচিত প্রহসন নাটসমূহ | গােহাঞি বৰুৱাৰ ৰচিত উপন্যাসসমূহ হ’ল | গােহাঞি বৰুৱাৰ ৰচিত আত্মজীৱনী | গােহাঞি বৰুৱাৰ ৰচিত ধর্মমূলক গ্রন্থ সমূহ | গােহাঞি বৰুৱাৰ সম্পাদনা কৰা আলােচনীসমূহ 


অসমৰ চমু পৰিচয়  

অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি

কামৰূপ নামৰ উৎপত্তি

অসম বুৰঞ্জীৰ চমু বিবৰণ 

দানৱ ৰাজ বংশ 

অসমৰ ৰাজনৈতিক বুৰঞ্জী

অসমৰ চুতীয়া ৰাজ্যৰ ইতিহাস

অসমৰ বাৰভূঞা সকল

অসমত কোচ বংশৰ ৰাজত্ব

অসমৰ কছাৰী ৰাজত্ব

অসমত জয়ন্তীয়া ৰাজত্ব

অসমত আহোমৰ ৰাজত্ব

অসমত ইংৰাজৰ ৰাজত্ব

অসমৰ স্বাধীনতা লাভ

অসম আন্দোলন আৰু তাৰ পিছৰ চোৱা

অসমৰ ৰাজ্যিক পশু কি আৰু ইয়াৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক পক্ষী কি আৰু  ইয়াৰ বিষয়ে

অসমৰ ৰাজ্যিক ফুল  কি আৰু ইয়াৰ বিষয়ে

অসমৰ ৰাজ্যিক বৃক্ষ হােলােং আৰু ইয়াৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক পানীয় কি?

অসমৰ ৰাজ্যিক জলজ পশু শিহু। অসমৰ ৰাজ্যিক জলজ পশুৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক গীত |ৰাজ্যিক গীত ‘অ' মােৰ আপােনাৰ দেশ








Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form