দানৱ বংশ | দানৱ ৰাজ বংশ | দানৱ বংশৰ চমু বিবৰণ

দানৱ বংশ. | দানৱ ৰাজ বংশ | 




দানৱ বংশ। বিভিন্ন উৎসৰ পৰা আজিলৈকে পােৱা সম্ভেদমতে মহীৰংগ দানৱেই প্রাচীন অসমৰ প্ৰথম ৰজা। মহীৰংগ দানৱৰ পাছত তেওঁৰ বংশৰে (দানৱ বংশ) ক্ৰমে হটকাসুৰ, সম্বৰাসুৰ আৰু ৰত্নাসুৰ নামেৰে তিনিজন ৰজাই ৰাজত্ব কৰে।


দানৱ বংশৰ পাছত ঘটকাসুৰ সিংহাসনত বহে আৰু এক নতুন বংশৰ পাতনি মেলে। ঘটকাসুৰক বধ কৰি নৰকাসুৰ প্ৰাগজ্যোতিষৰ ৰজা হয়। শ্রীকৃষ্ণৰ হাতত নৰকাসুৰৰ মৃত্যু হয়। আৰু তাৰ পাছত নৰকাসুৰৰ পুত্র ভগদত্ত ৰাজপাটত উঠে। ধার্মিক, মহাপ্রতাপী ভগদত্তৰ কথা মহাভাৰততাে উল্লেখ আছে। তেওঁ কুৰুক্ষেত্ৰ ৰণত পাণ্ডৱৰ বিৰুদ্ধে কৌৰৱৰ পক্ষ লৈ আঠ দিন মহাপৰাক্ৰমেৰে যুদ্ধ কৰি শেষত অৰ্জুনৰ হাতত মৃত্যুবৰণ কৰে। নৰকাসুৰ-ভগদত্তৰ পাছত তেওঁলােকৰ বংশই ১৯ পুৰুষলৈকে প্ৰাগজ্যোতিষত ৰাজত্ব কৰাৰ কথা পােৱা যায়।


  প্রাচীন কালত প্রাগজ্যোতিষ ৰাজ্যৰ বাহিৰেও অসমত ডবকা (নগাঁও), কদলি (নগাও), মণিপুৰ, হিড়িম্বা আৰু ত্ৰিপুৰা নামৰ কেইখনমান ৰাজ্য থকাৰ কথা জনা যায়।


অসম বুৰঞ্জীত উল্লেখ থকা আন এজন পৌৰাণিক ৰজা হ’ল কুণ্ডিল্য বা বিদর্ভ ৰাজ্যৰ ৰজা ভীষ্মক। সেইদৰে নৰকাসুৰৰ সমসাময়িক আন এজন ৰজা আছিল শােণিতপুৰৰ বাণৰজা।


প্রথম শতিকাৰ পৰা দেৱেশ্বৰ, ধর্মপাল, ৰামচন্দ্র, আৰিমত্ত, জোঙালবলহু, শংকৰ, পদ্মনাৰায়ণ, চন্দ্ৰনাৰায়ণ আদি কেইবাজনাে ৰজাই এই ভূখণ্ড শাসন কৰিছিল। • 


Read more.....👇👇👇👇

অসমৰ চমু পৰিচয়  

অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি

কামৰূপ নামৰ উৎপত্তি

অসম বুৰঞ্জীৰ চমু বিবৰণ 

দানৱ ৰাজ বংশ 

অসমৰ ৰাজনৈতিক বুৰঞ্জী

অসমৰ চুতীয়া ৰাজ্যৰ ইতিহাস

অসমৰ বাৰভূঞা সকল

অসমত কোচ বংশৰ ৰাজত্ব

অসমৰ কছাৰী ৰাজত্ব

অসমত জয়ন্তীয়া ৰাজত্ব

অসমত আহোমৰ ৰাজত্ব

অসমত ইংৰাজৰ ৰাজত্ব

অসমৰ স্বাধীনতা লাভ

অসম আন্দোলন আৰু তাৰ পিছৰ চোৱা

 Read More... 👇👇✍️👇👇

• অসমৰ ভাষা আৰু সাহিত্য ,অসমৰ ‌মৌখিক সাহিত্য,প্রবচন আৰু ফকৰা-যােজনা,অসমৰ লিখিত সাহিত্য,অসমৰ লিখিত সাহিত্য,প্রাক বৈষ্ণৱ সাহিত্য, বৈষ্ণৱ সাহিত্য 

• দেশপ্রেমিক বীৰ   লাচিত বৰফুকন বিষয়ে 

• সতী জয়মতী |
সতী জয়মতী কুঁৱৰীৰ বিষয়ে

• অসমৰ প্রথম অভিধান প্রণেতা টেঙাই মহন ৰ বিষয়ে চমু বিবৰণ

• Today gk and currennt Affairs in assamese

• Best Assam gk books




• পদ্মনাথ গােহাঞি বৰুৱা | পদ্মনাথ গােহাঞি বৰুৱাৰ জীৱনি | পদ্মনাথ গােহাঞি বৰুৱা ৰ বিষয়ে | পদ্মনাথ গােহাঞি বৰুৱাৰ জন্ম কোন চনত হৈছিল | পদ্মনাথ গােহাঞি বৰুৱাৰ ৰচিত কবিতা পুথি | গােহাঞি বৰুৱাৰ ৰচিত বুৰঞ্জীমূলক নাটকসমূহ হ'ল | গােহাঞি বৰুৱাৰ ৰচিত প্রহসন নাটসমূহ | গােহাঞি বৰুৱাৰ ৰচিত উপন্যাসসমূহ হ’ল | গােহাঞি বৰুৱাৰ ৰচিত আত্মজীৱনী | গােহাঞি বৰুৱাৰ ৰচিত ধর্মমূলক গ্রন্থ সমূহ | গােহাঞি বৰুৱাৰ সম্পাদনা কৰা আলােচনীসমূহ 


অসমৰ চমু পৰিচয়  

অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি

কামৰূপ নামৰ উৎপত্তি

অসম বুৰঞ্জীৰ চমু বিবৰণ 

দানৱ ৰাজ বংশ 

অসমৰ ৰাজনৈতিক বুৰঞ্জী

অসমৰ চুতীয়া ৰাজ্যৰ ইতিহাস

অসমৰ বাৰভূঞা সকল

অসমত কোচ বংশৰ ৰাজত্ব

অসমৰ কছাৰী ৰাজত্ব

অসমত জয়ন্তীয়া ৰাজত্ব

অসমত আহোমৰ ৰাজত্ব

অসমত ইংৰাজৰ ৰাজত্ব

অসমৰ স্বাধীনতা লাভ

অসম আন্দোলন আৰু তাৰ পিছৰ চোৱা

অসমৰ ৰাজ্যিক পশু কি আৰু ইয়াৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক পক্ষী কি আৰু  ইয়াৰ বিষয়ে

অসমৰ ৰাজ্যিক ফুল  কি আৰু ইয়াৰ বিষয়ে

অসমৰ ৰাজ্যিক বৃক্ষ হােলােং আৰু ইয়াৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক পানীয় কি?

অসমৰ ৰাজ্যিক জলজ পশু শিহু। অসমৰ ৰাজ্যিক জলজ পশুৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক গীত |ৰাজ্যিক গীত ‘অ' মােৰ আপােনাৰ দেশ










Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form