অসমৰ ৰাজ্যিক জলজ পশু শিহু। অসমৰ ৰাজ্যিক জলজ পশুৰ বিষয়ে চমু বিবৰণ
ৰাজ্যিক জলজ পশু ঃ শিহু। অসমৰ ৰাজ্যিক জলজ পশু হ’ল শিহু। শিহু হ’ল এক প্ৰকাৰ নদী-ডলফিন। এনে নদী-ডলফিন নেপাল, ভাৰত আৰু বাংলাদেশৰ নদীসমূহত পােৱা যায়। ভাৰতৰ সাতখন ৰাজ্যত এনে নদীডলফিন আছে। সেই কেইখন হ'ল অসম, উত্তৰ প্রদেশ, মধ্য প্রদেশ, ৰাজস্থান, বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগ শিহুৰ গাৰ বৰণ মুগা। তাৰ এক দীঘল ঘূৰণীয়া পেট, আৰু ডাঙৰ ফান আছে। ইয়াৰ চকুত লেন্স নাথাকে বাবে ইয়াক অন্ধ ডলফিন বুলি কোৱা হয়। মাতটো সুহুৰি মৰাৰ দৰে খাবেক খুন একাৱা হয়। স্তন্যপায়ী প্রাণী হােৱা বাবে ইপানীৰ তলত উশাহ ল’ব নােৱাৰে
ছেকেণ্ডৰ ভিতৰত ওপৰলৈ উঠি আহিব লাগে।ই সাধাৰণতে সৰু দলত থাকে। শিহুৱে মাছ, মিছামাছ, কাপ, কেটফিছ আদিৰ ওপৰত নিৰ্ভৰ কৰে। এসময়ত শিহু ব্রহ্মপুত্র নদী প্রণালীৰ আৰু উপনদীবােৰত সঘনাই দেখা পােৱা গৈছিল। পাছে। এতিয়া আবাসভূমি কমি অহা, চিকাৰ, প্ৰদূষণ, খাদ্যৰ অভাৱ আদি কাৰণৰ বাবে শিহুৰ সংখ্যাও কমি গৈছে। ২০০৫ চনত ‘আৰণ্যক’ নামৰ এক সংস্থাই চলােৱা এক সমীক্ষাত ধৰা পৰিছিল যে সমগ্র ব্রহ্মপুত্র উপত্যকাত ২৫০টা ডলফিন আছে। তাৰে ২৭টা কুলসীত, ২৬টা সােৱণশিৰিত আৰু ১৯৭টা ব্রহ্মপুত্র নদীত আছে। ইণ্টাৰনেচনেল ইউনিয়ন ফৰ কনজাৰুভেছন অব নেচাৰে শিহুক বিপন্ন প্রাণীৰ ৰঙা তালিকা’ত অন্তর্ভুক্ত কৰিছে। ২০০৮ চনৰ ৫ এপ্রিলত অসম চৰকাৰে। শিহুক ৰাজ্যিক জলজ পশু হিচাপে স্বীকৃতি প্রদান কৰে।
Read more.....👇👇👇👇
অসমৰ ৰাজ্যিক পশু কি আৰু ইয়াৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক পক্ষী কি আৰু ইয়াৰ বিষয়ে
অসমৰ ৰাজ্যিক ফুল কি আৰু ইয়াৰ বিষয়ে
অসমৰ ৰাজ্যিক বৃক্ষ হােলােং আৰু ইয়াৰ বিষয়ে চমু বিবৰণ
অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি
Read More... 👇👇✍️👇👇
• অসমৰ ভাষা আৰু সাহিত্য ,অসমৰ মৌখিক সাহিত্য,প্রবচন আৰু ফকৰা-যােজনা,অসমৰ লিখিত সাহিত্য,অসমৰ লিখিত সাহিত্য,প্রাক বৈষ্ণৱ সাহিত্য, বৈষ্ণৱ সাহিত্য
• দেশপ্রেমিক বীৰ লাচিত বৰফুকন বিষয়ে
• সতী জয়মতী |
সতী জয়মতী কুঁৱৰীৰ বিষয়ে
• অসমৰ প্রথম অভিধান প্রণেতা টেঙাই মহন ৰ বিষয়ে চমু বিবৰণ
• Today gk and currennt Affairs in assamese
• Best Assam gk books
অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি
অসমৰ ৰাজ্যিক পশু কি আৰু ইয়াৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক পক্ষী কি আৰু ইয়াৰ বিষয়ে
অসমৰ ৰাজ্যিক ফুল কি আৰু ইয়াৰ বিষয়ে
অসমৰ ৰাজ্যিক বৃক্ষ হােলােং আৰু ইয়াৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক জলজ পশু শিহু। অসমৰ ৰাজ্যিক জলজ পশুৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক গীত |ৰাজ্যিক গীত ‘অ' মােৰ আপােনাৰ দেশ