অসম আন্দোলন আৰু তাৰ পাছৰ সময়ছােৱা।

 অসম আন্দোলন আৰু তাৰ পাছৰ সময়ছােৱা।


 সমসাময়িক সময়ছােৱাতে ১৯৭৯ চনত অসমৰ পৰা বিদেশী নাগৰিকৰ বহিষ্কাৰৰ দাবীত। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত সমগ্ৰ অসম জুৰি এক অভূতপূর্ব গণ আন্দোলনে গা কৰি উঠে। “অসম আন্দোলন’ৰূপে প্রসিদ্ধ এই আন্দোলনত গণ সংগ্রাম পৰিষদ, কৰ্মচাৰী পৰিষদ, বিভিন্ন মহিলা সংগঠনেও যােগদান কৰিলে৷ কেইবাশ লােক এই আন্দোলনত শ্বহীদ হয় আৰু অসংখ্য লােকে কাৰাবৰণ কৰে। অৱশেষত ১৯৮৫ চনৰ ১৫ আগষ্টৰ পুৱতি নিশা তৎকালীন প্রধান মন্ত্রী ৰাজীৱ গান্ধীৰ নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰৰ লগত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দৰ এখন চুক্তি স্বাক্ষৰিত হয়।

এই সময়ছােৱাতে ১৯৮৩ চনত হােৱা এক নির্বাচন যােগে কংগ্রেছ (ই) দলৰ হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত অসমত মন্ত্রীসভা গঠন হয়। ১৯৮৫ চনত সম্পাদিত ‘অসম চুক্তি’ৰ পাছত। শইকীয়া মন্ত্রীসভা ভংগ হয় আৰু সেই বছৰৰে ডিচেম্বৰ মাহত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত অসম আন্দোলনৰ নেতৃবৃন্দই গঠন কৰা আঞ্চলিক দল অসম গণ পৰিষদে সংখ্যাগৰিষ্ঠতা। লাভ কৰি অসমত প্ৰথমবাৰৰ বাবে এখন আঞ্চলিক দলৰ চৰকাৰ গঠন কৰে। প্রফুল্ল কুমাৰ মহন্তই অসমৰ মুখ্যমন্ত্রী হয়। ১৯৯০ চনত মহন্ত চৰকাৰৰ পাঁচবছৰ সম্পূর্ণ হ’বলৈ এমাহ। থাকোতে মহন্ত চৰকাৰ ভংগ কৰি কেন্দ্ৰীয় চৰকাৰে অসমত ৰাষ্ট্রপতি শাসন প্রৱর্তন কৰে।

ইয়াৰ পাছত ১৯৯১ চনত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ (ই) দলে জয়লাভ কৰে। আৰু হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত অসমত নতুন চৰকাৰ গঠন হয়। ১৯৯৬ চনৰ ২২।



এপ্রিলত হিতেশ্বৰ শইকীয়াৰ মৃত্যু হােৱাত কেইদিনমানৰ বাবে ভূমিধৰ বন। অস্থায়ী মুখ্যমন্ত্ৰীৰূপে কার্যনির্বাহ কৰে। সেই বছৰতে অনুষ্ঠিত নির্বাচনত অসম খন পৰিষদ দলে জয়লাভ কৰে আৰু ১৯৯৬ চনৰ ১৫ মে'ত প্রফুল্ল কুমাৰ মহন্ত নেতদ্বীন চৰকাৰ গঠন হয় ইয়াৰ পাছত ২০০১ চনৰ মে’ মাহত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত প্রফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন অসম গণ পৰিষদ দলৰ শােচনীয় পৰাজয় হয় আৰু কংগ্ৰেছ দলে  ৰাজ্যখনৰ শাসনভাৰ গ্ৰহণ কৰে। তৰুণ গগৈ হয় অসমৰ নতুন মুখ্যমন্ত্রী। ২০০৬ চনৰ এপ্রিল মাহত অনুষ্ঠিত বিধানসভা নির্বাচনতাে তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ সর্বাধিক ৫৮ খন আসন লাভ কৰি বি পি পি এফৰ সহযােগত অসমত এখন নতুন মন্ত্রীসভা গঠন কৰে। তৰুণ গগৈ একেৰাহে দ্বিতীয়বাৰৰ বাবে হয় অসমৰ মুখ্যমন্ত্রী। স্বাধীনতাৰ পাছত এইখনেই অসমৰ প্রথম মৰ্চা চৰকাৰ। একেদৰে ২০১১ চনত অনুষ্ঠিত নির্বাচনত কংগ্ৰেছ (ই), দলে ৭৮খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠ দলৰূপে পৰিগণিত হয় আৰু অসমত পুনৰ। চৰকাৰ গঠন কৰে। তৰুণ গগৈ একেৰাহে তৃতীয়বাৰৰ বাবে অসমৰ মুখ্য মন্ত্রী হয়। ইয়াৰ পাছত ২০১৬ চনত অনুষ্ঠিত বিধানসভা নির্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এ মিত্রজোটে সৰ্বমুঠ ৮৬ খন (বিজেপি ৬০, অগপ ১৪, বি পি এফ ১২) আসন লাভ কৰি অসমত এখন নতুন চৰকাৰ গঠন কৰে। এই নির্বাচনত পূর্বে চৰকাৰ গঠন কৰা কংগ্ৰেছ দলে মাত্র ২৬ খন। আসন লাভ কৰিবলৈহে সমর্থ হয়। বিজেপি নেতা সর্বানন্দ সােণােৱাল হয় অসমৰ নতুন মুখ্যমন্ত্রী। বর্তমানলৈকে (২০১৯) এই বিজেপি নেতৃত্বাধীন এন ডি এ মিত্রজোঁটৰ চৰকাৰে অসমত শাসনভাৰ চলাই আছে। 


Read more coming soon


Read more.....👇👇👇👇

অসমৰ চমু পৰিচয়  

অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি

কামৰূপ নামৰ উৎপত্তি

অসম বুৰঞ্জীৰ চমু বিবৰণ 

দানৱ ৰাজ বংশ 

অসমৰ ৰাজনৈতিক বুৰঞ্জী

অসমৰ চুতীয়া ৰাজ্যৰ ইতিহাস

অসমৰ বাৰভূঞা সকল

অসমত কোচ বংশৰ ৰাজত্ব

অসমৰ কছাৰী ৰাজত্ব

অসমত জয়ন্তীয়া ৰাজত্ব

অসমত আহোমৰ ৰাজত্ব

অসমত ইংৰাজৰ ৰাজত্ব

অসমৰ স্বাধীনতা লাভ

অসম আন্দোলন আৰু তাৰ পিছৰ চোৱা


 Read More... 👇👇✍️👇👇

• অসমৰ ভাষা আৰু সাহিত্য ,অসমৰ ‌মৌখিক সাহিত্য,প্রবচন আৰু ফকৰা-যােজনা,অসমৰ লিখিত সাহিত্য,অসমৰ লিখিত সাহিত্য,প্রাক বৈষ্ণৱ সাহিত্য, বৈষ্ণৱ সাহিত্য 

• দেশপ্রেমিক বীৰ   লাচিত বৰফুকন বিষয়ে 

• সতী জয়মতী |
সতী জয়মতী কুঁৱৰীৰ বিষয়ে

• অসমৰ প্রথম অভিধান প্রণেতা টেঙাই মহন ৰ বিষয়ে চমু বিবৰণ

• Today gk and currennt Affairs in assamese

• Best Assam gk books




• পদ্মনাথ গােহাঞি বৰুৱা | পদ্মনাথ গােহাঞি বৰুৱাৰ জীৱনি | পদ্মনাথ গােহাঞি বৰুৱা ৰ বিষয়ে | পদ্মনাথ গােহাঞি বৰুৱাৰ জন্ম কোন চনত হৈছিল | পদ্মনাথ গােহাঞি বৰুৱাৰ ৰচিত কবিতা পুথি | গােহাঞি বৰুৱাৰ ৰচিত বুৰঞ্জীমূলক নাটকসমূহ হ'ল | গােহাঞি বৰুৱাৰ ৰচিত প্রহসন নাটসমূহ | গােহাঞি বৰুৱাৰ ৰচিত উপন্যাসসমূহ হ’ল | গােহাঞি বৰুৱাৰ ৰচিত আত্মজীৱনী | গােহাঞি বৰুৱাৰ ৰচিত ধর্মমূলক গ্রন্থ সমূহ | গােহাঞি বৰুৱাৰ সম্পাদনা কৰা আলােচনীসমূহ 


অসমৰ চমু পৰিচয়  

অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি

কামৰূপ নামৰ উৎপত্তি

অসম বুৰঞ্জীৰ চমু বিবৰণ 

দানৱ ৰাজ বংশ 

অসমৰ ৰাজনৈতিক বুৰঞ্জী

অসমৰ চুতীয়া ৰাজ্যৰ ইতিহাস

অসমৰ বাৰভূঞা সকল

অসমত কোচ বংশৰ ৰাজত্ব

অসমৰ কছাৰী ৰাজত্ব

অসমত জয়ন্তীয়া ৰাজত্ব

অসমত আহোমৰ ৰাজত্ব

অসমত ইংৰাজৰ ৰাজত্ব

অসমৰ স্বাধীনতা লাভ

অসম আন্দোলন আৰু তাৰ পিছৰ চোৱা

অসমৰ ৰাজ্যিক পশু কি আৰু ইয়াৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক পক্ষী কি আৰু  ইয়াৰ বিষয়ে

অসমৰ ৰাজ্যিক ফুল  কি আৰু ইয়াৰ বিষয়ে

অসমৰ ৰাজ্যিক বৃক্ষ হােলােং আৰু ইয়াৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক পানীয় কি?

অসমৰ ৰাজ্যিক জলজ পশু শিহু। অসমৰ ৰাজ্যিক জলজ পশুৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক গীত |ৰাজ্যিক গীত ‘অ' মােৰ আপােনাৰ দেশ








Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form