অসমৰ কছাৰী ৰাজত্ব। কছাৰী ৰাজত্ব
কছাৰী ৰাজত্ব। ত্রয়ােদশ শতিকাৰ আগভাগতে দিখৌৰ পৰা কলঙলৈকে ব্রহ্মপুত্রৰ দুয়ােপাৰে এখন কছাৰী ৰাজ্য আছিল। পঞ্চদশ শতিকাৰ শেষৰ ফালে আহােমৰ ৰাজ্য বিস্তাৰৰ ফলত কছাৰীসকলে তেওঁলােকৰ ৰাজধানী হিড়িম্বাপুৰ (বর্তমানৰ ডিমাপুৰ) সহ ৰাজ্যৰ বহু অংশ আহােমক এৰি দিবলগীয়া হয়। ইয়াৰ পাছত কছাৰীসকলে পুনৰ নিজৰ ৰাজ্য উদ্ধাৰ কৰিছিল যদিও স্থায়ী নহ’ল। ১৮৩০ চনত কছাৰী ৰাজত্বৰ বেলি মাৰ যায়।।
Read More... 👇👇✍️👇👇
• অসমৰ ভাষা আৰু সাহিত্য ,অসমৰ মৌখিক সাহিত্য,প্রবচন আৰু ফকৰা-যােজনা,অসমৰ লিখিত সাহিত্য,অসমৰ লিখিত সাহিত্য,প্রাক বৈষ্ণৱ সাহিত্য, বৈষ্ণৱ সাহিত্য
• দেশপ্রেমিক বীৰ লাচিত বৰফুকন বিষয়ে
• সতী জয়মতী |
সতী জয়মতী কুঁৱৰীৰ বিষয়ে
• অসমৰ প্রথম অভিধান প্রণেতা টেঙাই মহন ৰ বিষয়ে চমু বিবৰণ
• Today gk and currennt Affairs in assamese
• Best Assam gk books
• Assam GK
অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি
অসমৰ ৰাজ্যিক পশু কি আৰু ইয়াৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক পক্ষী কি আৰু ইয়াৰ বিষয়ে
অসমৰ ৰাজ্যিক ফুল কি আৰু ইয়াৰ বিষয়ে
অসমৰ ৰাজ্যিক বৃক্ষ হােলােং আৰু ইয়াৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক জলজ পশু শিহু। অসমৰ ৰাজ্যিক জলজ পশুৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক গীত |ৰাজ্যিক গীত ‘অ' মােৰ আপােনাৰ দেশ