অসমৰ বাৰভূঞা সকল

অসমৰ বাৰভূঞা সকল


 বাৰভূঞা


চুতীয়া ৰাজ্যৰ পশ্চিমে ব্ৰহ্মপুত্ৰৰ দুয়ােপাৰে কামৰূপ-কমতাৰ পূবত ভূঞাসকলে সৰু সৰু ৰাজ্য পাতি বাস কৰিছিল। ভূঞাসকলৰ আগত ‘বাৰ’ শব্দটো থকা সম্পর্কত বুৰঞ্জীবিদ। এডৱার্ড গেইটে অনুমান কৰিছে, ভাৰতৰ এই অঞ্চলৰ ৰজাসকলে বাৰজন উপদেষ্টা বা শাসনকর্তা নিয়ােগ কৰিছিল। গতিকে বাৰ সংখ্যাটো সন্মানসূচক অর্থত ব্যৱহাৰ কৰা হয়। ৰজা নােহােৱাকৈ যিসকলে নিজ ভুজবলেৰে ৰাজ্য শাসন কৰিছিল তেওঁলােকক ভূঞা বােলা হৈছিল। প্রত্যেকজন ভূঞাই নিজ নিজ ৰাজ্যৰ ভিতৰত আন আন ভূঞাৰ পৰা স্বাধীন আছিল। কিন্তু উমৈহতীয়া শত্ৰুৰ বিৰুদ্ধে তেওঁলােকে একগােট হৈ থিয় দিছিল। শ্ৰীমন্ত শংকৰদেৱ এই বাৰভূঞাসকলৰে এজন সুযােগ্য বংশধৰ। মােগলসকলে কমতাপুৰ দখল কৰাৰ পাছত বাৰভূঞাসকলে কমতাপুৰৰ শাসনকর্তা ডানিয়েলক বধ কৰে। কামৰূপৰ হাজো আৰু তাৰ ওচৰে-পাজৰে ৰৈ যােৱা মােগল আক্রমণকাৰীৰ অনুগামীসকলৰে গিয়াচুদ্দিন আউলিয়া নামৰ। এজন সাধু মানুহে হাজোত এটা মছজিদ সজায় আৰু তেওঁৰ মৃত্যুৰ পাছত তেওঁক তাতে। কবৰ দিয়া হয়। এয়ে বর্তমানৰ পােৱামক্কা। 


 Read More... 👇👇✍️👇👇

• অসমৰ ভাষা আৰু সাহিত্য ,অসমৰ ‌মৌখিক সাহিত্য,প্রবচন আৰু ফকৰা-যােজনা,অসমৰ লিখিত সাহিত্য,অসমৰ লিখিত সাহিত্য,প্রাক বৈষ্ণৱ সাহিত্য, বৈষ্ণৱ সাহিত্য 

• দেশপ্রেমিক বীৰ   লাচিত বৰফুকন বিষয়ে 

• সতী জয়মতী |
সতী জয়মতী কুঁৱৰীৰ বিষয়ে

• অসমৰ প্রথম অভিধান প্রণেতা টেঙাই মহন ৰ বিষয়ে চমু বিবৰণ

• Today gk and currennt Affairs in assamese

• Best Assam gk books




• পদ্মনাথ গােহাঞি বৰুৱা | পদ্মনাথ গােহাঞি বৰুৱাৰ জীৱনি | পদ্মনাথ গােহাঞি বৰুৱা ৰ বিষয়ে | পদ্মনাথ গােহাঞি বৰুৱাৰ জন্ম কোন চনত হৈছিল | পদ্মনাথ গােহাঞি বৰুৱাৰ ৰচিত কবিতা পুথি | গােহাঞি বৰুৱাৰ ৰচিত বুৰঞ্জীমূলক নাটকসমূহ হ'ল | গােহাঞি বৰুৱাৰ ৰচিত প্রহসন নাটসমূহ | গােহাঞি বৰুৱাৰ ৰচিত উপন্যাসসমূহ হ’ল | গােহাঞি বৰুৱাৰ ৰচিত আত্মজীৱনী | গােহাঞি বৰুৱাৰ ৰচিত ধর্মমূলক গ্রন্থ সমূহ | গােহাঞি বৰুৱাৰ সম্পাদনা কৰা আলােচনীসমূহ 


অসমৰ চমু পৰিচয়  

অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি

কামৰূপ নামৰ উৎপত্তি

অসম বুৰঞ্জীৰ চমু বিবৰণ 

দানৱ ৰাজ বংশ 

অসমৰ ৰাজনৈতিক বুৰঞ্জী

অসমৰ চুতীয়া ৰাজ্যৰ ইতিহাস

অসমৰ বাৰভূঞা সকল

অসমত কোচ বংশৰ ৰাজত্ব

অসমৰ কছাৰী ৰাজত্ব

অসমত জয়ন্তীয়া ৰাজত্ব

অসমত আহোমৰ ৰাজত্ব

অসমত ইংৰাজৰ ৰাজত্ব

অসমৰ স্বাধীনতা লাভ

অসম আন্দোলন আৰু তাৰ পিছৰ চোৱা

অসমৰ ৰাজ্যিক পশু কি আৰু ইয়াৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক পক্ষী কি আৰু  ইয়াৰ বিষয়ে

অসমৰ ৰাজ্যিক ফুল  কি আৰু ইয়াৰ বিষয়ে

অসমৰ ৰাজ্যিক বৃক্ষ হােলােং আৰু ইয়াৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক পানীয় কি?

অসমৰ ৰাজ্যিক জলজ পশু শিহু। অসমৰ ৰাজ্যিক জলজ পশুৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক গীত |ৰাজ্যিক গীত ‘অ' মােৰ আপােনাৰ দেশ








Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form