কাৰ্বিসকল | কাৰ্বিসকলৰ বিষয়ে | কাৰ্বিসকলৰ বিষয়ে চমু পৰিচয় | কাৰ্বিসকলৰ বিষয়ে চমু বিবৰণ | কাৰ্বিসকলৰ বসতি অঞ্চল | কাৰ্বিসকলৰ সাঁজ-পাৰ | কাৰ্বিসকলৰ ফৈদ |
কাৰ্বিসকলৰ উৎসৱ-পাৰ্বণ |
কাৰ্বিসকল অসমৰ এটি প্রধান জনজাতি। বিষ্ণুপ্ৰসাদ ৰাভাই আমেৰিকাৰ আৱিষ্কাৰক কলম্বাছৰ সৈতে তুলনা কৰি কাৰবিসকলক অসমৰ কলম্বাছ বলি আখ্যা দিছিল। এই উক্তি যুক্তিসহকাৰে সমৰ্থন কৰিছিল। কলিকতাৰ বিখ্যাত ইতিহাসবিদ সুনীতি কুমাৰ চট্টোপাধ্যায়ে।
কাৰ্বিসকলৰ বসতি অঞ্চল ঃ অসমৰ সোঁমাজতে থকা কাৰবি আংলং আৰু পশ্চিম কাৰবি আংলঙেইহ’ল কাৰ্বিসকলৰ প্রধান বসতি অঞ্চল।
দুয়ােখন ঠাই সামৰি কাৰবি আংলং স্বায়ত্ব পৰিষদ গঠন হৈছে। ইয়াত ২৬-জন নির্বাচিত সদস্য আৰু চাৰিজনকৈ মনােনীত সদস্য আছে। সৰ্বমুঠ আসন ৩০-খন। ইয়াৰ মাটি কালি ১০,৩৪৩ বর্গ কিলােমিটাৰ।
ইয়াৰ বাহিৰেও শােণিতপুৰ, বিশ্বনাথ, লক্ষিমপুৰ, কামৰূপ সােণাপুৰ আদি ঠাইতাে কাৰবিসকল বসতি। কৰা দেখা যায়। মণিপুৰ, নাগালেণ্ড, মেঘালয়, অৰুণাচল আদি ৰাজ্যতাে কম বেছি পৰিমাণে কাৰ্বিংসকলৰ বসতি আছে।
কাৰ্বিসকলৰ সাঁজ-পাৰ =
পুৰুষ আৰু নাৰীৰ পােচাক পৃথক। পুৰুষৰ আঁঠুমূৰীয়া পে ছেলেং, চই হংথৰ, চই ইক, চই লক (কাবি জেকেট) পহ’ আদিয়েই প্রধান। চই হংথৰ আজিকালি কাবি জেকেট বুলি পৰিচিত। পহ’ (কাবি মাফ্লাৰ) ৪ আৰু ৫ ইঞ্চি বহল আৰু প্রায় পাঁচৰ পৰা ছয় ফুটলৈ দীঘল। ইয়াৰ দুয়ােমুৰে বিভিন্ন ৰঙৰ ফুল তুলি দিয়া হয়। | চেপান আব-প্রায় ৩ ইঞ্চি বহল আৰু দীঘলে প্রায় ৬ ফুট। দুয়ােমূৰে কড়িৰে সম্বলিত বিশেষ চকচকীয়া। ক’লা কাপােৰ। ইয়াক ডেকাল’ৰাসকলে ব্যৱহাৰ কৰা দেখা যায়।
নাৰীৰ সাজপাৰ হ’ল পিনি, পেকক আৰু ৱানকক— তদুপৰি পে ছেলেং, পে খনজাৰি, পে ছাপি। আদিয়ে প্রধান।।
| পিবা ঃ ১/ ফুটৰ পৰা ২ ফুট বহল আৰু ৬ ফুট দীঘল। দুয়াে মূৰে বিভিন্ন ৰঙৰ ফুল তুলি কড়িৰে সম্বলিত বিশেষ চকচকীয়া কলা কাপােৰ। ইয়াক মহিলাসকলে নিজৰ কেঁচুৱাটিক বােকোচাত ল’বৰ বাবে। ব্যৱহাৰ কৰে।
কাৰ্বিসকলৰ আ-অলংকাৰঃ
লেক হিকি, নথেংপী,ন’লাংপং,নজাংছাই, লেক ৰূৱে, লেক পাংখাৰা, লাং আৱ’, বই। পাংখাৰা, ৰই পাহু আদিয়েই প্রধান।
কাৰ্বিসকলৰ উৎসৱ-পাৰ্বণ ঃ-
পেং হেমফু, ৰংকেৰ, চজুন আদিয়েই প্রধান। পেং হেমফু হ’ল ঘৰুৱা উৎসৱ। এই উৎসৱত সাধাৰণতে তিনিটাকৈ পূজা থাকে। ৰিৎ আংলং, বুইচম আৰু পেং। এই তিনিটা পূজা বছৰৰ আৰম্ভণিতে কৰা হয় যাতে বছৰৰ অপায়-অমংগল নহয়। ইয়াক কোৱা হয় ঘৰুৱা উৎসৱ।।
চজুন উৎসৱ (Family festival) : এই উৎসৱ প্ৰতিবছৰে উদযাপন নহয়। ৪, ৫ বা ৯ বছৰৰ মূৰে মূৰে কৰা হয়।
| ৰংকেৰ উৎসৱ (Community Festival) ঃ ইয়াক গাঁৱৰ উৎসৱ বুলি কোৱা হয়। এই উৎসৱ বছৰৰ। আৰম্ভণিতে উদযাপন কৰা হয়। পূজাৰ মূল বেদীত চৰাই, ছাগলী, কণী আদি উছৰ্গা কৰি উপাস্য দেৱতাৰ। সন্তুষ্টিৰ বাবে পূজা কৰা হয়।
কাৰ্বিসকলৰ ফৈদ ঃ
কাবিসকলৰ পাঁচটাকৈ ফৈদ আছে। এয়া হল – ১) টিমুং, ২) টেৰন ৩) তেৰাং ৪) ইংহি ৫) ইংতি এই প্রতিটো ফৈদত একাধিক উপফৈদ থাকে। | কাৰবি যুৱ মহােৎসৱঃ প্ৰতিটো বছৰত ১৫-১৯ ফেব্ৰুৱাৰীত, এই মহােৎসৱ তাৰালাংছ’, ডিফু চহৰত অনুষ্ঠিত কৰা হয়।।
১.ককাৰ্বিসকলে পালন কৰা উৎসৱ-পাৰ্বণ সমূহ কি কি ?
উত্তৰ =
কাৰ্বিসকলৰ উৎসৱ-পাৰ্বণ ঃ-
পেং হেমফু, ৰংকেৰ, চজুন আদিয়েই প্রধান। পেং হেমফু হ’ল ঘৰুৱা উৎসৱ। এই উৎসৱত সাধাৰণতে তিনিটাকৈ পূজা থাকে। ৰিৎ আংলং, বুইচম আৰু পেং। এই তিনিটা পূজা বছৰৰ আৰম্ভণিতে কৰা হয় যাতে বছৰৰ অপায়-অমংগল নহয়। ইয়াক কোৱা হয় ঘৰুৱা উৎসৱ।।
চজুন উৎসৱ (Family festival) : এই উৎসৱ প্ৰতিবছৰে উদযাপন নহয়। ৪, ৫ বা ৯ বছৰৰ মূৰে মূৰে কৰা হয়।
| ৰংকেৰ উৎসৱ (Community Festival) ঃ ইয়াক গাঁৱৰ উৎসৱ বুলি কোৱা হয়। এই উৎসৱ বছৰৰ। আৰম্ভণিতে উদযাপন কৰা হয়। পূজাৰ মূল বেদীত চৰাই, ছাগলী, কণী আদি উছৰ্গা কৰি উপাস্য দেৱতাৰ। সন্তুষ্টিৰ বাবে পূজা কৰা হয়।
Read More... 👇👇✍️👇👇
• অসমৰ ভাষা আৰু সাহিত্য ,অসমৰ মৌখিক সাহিত্য,প্রবচন আৰু ফকৰা-যােজনা,অসমৰ লিখিত সাহিত্য,অসমৰ লিখিত সাহিত্য,প্রাক বৈষ্ণৱ সাহিত্য, বৈষ্ণৱ সাহিত্য
• দেশপ্রেমিক বীৰ লাচিত বৰফুকন বিষয়ে
• সতী জয়মতী |
সতী জয়মতী কুঁৱৰীৰ বিষয়ে
• অসমৰ প্রথম অভিধান প্রণেতা টেঙাই মহন ৰ বিষয়ে চমু বিবৰণ
• Today gk and currennt Affairs in assamese
• Best Assam gk books
অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি
অসমৰ ৰাজ্যিক পশু কি আৰু ইয়াৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক পক্ষী কি আৰু ইয়াৰ বিষয়ে
অসমৰ ৰাজ্যিক ফুল কি আৰু ইয়াৰ বিষয়ে
অসমৰ ৰাজ্যিক বৃক্ষ হােলােং আৰু ইয়াৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক জলজ পশু শিহু। অসমৰ ৰাজ্যিক জলজ পশুৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক গীত |ৰাজ্যিক গীত ‘অ' মােৰ আপােনাৰ দেশ