কাছাৰ জিলাৰ চমু পৰিচয় | কাছাৰ জিলাৰ জিলাৰ সদৰ ঠাই | কাছাৰ জিলাৰ চাৰিসীমা
মাটিকালি : ৩,৭৮৬ বর্গ কিলােমিটাৰ
মুঠ জনসংখ্যা : ১৭,৩৬,৬১৭
পুৰুষঃ ৮,৮৬,২৮৪
মহিলা ৮, ৫০,৩৩৩
পুৰুষ-মহিলাৰ অনুপাত : প্রতি ১,০০০ জন পুৰুষৰ বিপৰীতে ৯৪৫ গৰাকী মহিলা। জনবসতিৰ ঘনত্ব : প্রতি বর্গ কিলােমিটাৰত ৪৫৯ জন।
সাক্ষৰতাৰ হাৰ ঃ ৭৯.৩৪%
পুৰুষ ঃ ৮৪.৭৮%
মহিলা ঃ ৭৩.৬৮%
জিলাৰ সদৰ : শিলচৰ
মহকুমা : তিনিটা
মহকুমা ------------------- মহকুমাৰ সদৰ
শিলচৰ -------------------- শিলচৰ
লক্ষীপুৰ --------------- লক্ষীপুৰ
কাটিগড়া -------------- কাটিগড়া
কাছাৰ জিলাৰ চাৰিসীমা : উত্তৰে ডিমা হাছাও জিলা আৰু মেঘালয়; দক্ষিণে মিজোৰাম; পূবে মণিপুৰ; পিশ্চমে বাংলাদেশ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলা।
নৈ-উপনৈ : প্রধান নদী বৰাক। আন নৈ-উপনৈ ও জিৰি, চিৰি, বুকনি, সােণাই, আটিলা আদি।
বিমান বন্দৰ ঃ শিলচৰ (কুম্ভীৰগ্রাম)
Read More... 👇👇✍️👇👇
• অসমৰ ভাষা আৰু সাহিত্য ,অসমৰ মৌখিক সাহিত্য,প্রবচন আৰু ফকৰা-যােজনা,অসমৰ লিখিত সাহিত্য,অসমৰ লিখিত সাহিত্য,প্রাক বৈষ্ণৱ সাহিত্য, বৈষ্ণৱ সাহিত্য
• দেশপ্রেমিক বীৰ লাচিত বৰফুকন বিষয়ে
• সতী জয়মতী |
সতী জয়মতী কুঁৱৰীৰ বিষয়ে
• অসমৰ প্রথম অভিধান প্রণেতা টেঙাই মহন ৰ বিষয়ে চমু বিবৰণ
• Today gk and currennt Affairs in assamese
• Best Assam gk books
অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি
অসমৰ ৰাজ্যিক পশু কি আৰু ইয়াৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক পক্ষী কি আৰু ইয়াৰ বিষয়ে
অসমৰ ৰাজ্যিক ফুল কি আৰু ইয়াৰ বিষয়ে
অসমৰ ৰাজ্যিক বৃক্ষ হােলােং আৰু ইয়াৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক জলজ পশু শিহু। অসমৰ ৰাজ্যিক জলজ পশুৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক গীত |ৰাজ্যিক গীত ‘অ' মােৰ আপােনাৰ দেশ