ওদালগুৰি জিলা চমু বিৱৰণ | ওদালগুৰি জিলাৰ চাৰিসীমা | ওদালগুৰি জিলাৰ উল্লেখযােগ্য ঠাইঃ
(২০১১ চনৰ চূড়ান্ত লােকপিয়ল অনুসৰি)
ওদালগুৰি জিলা মাটিকালি:- ৪ ২,০১২ বর্গ কিলােমিটাৰ
মুঠ জনসংখ্যা ঃ- ৮ ,৩১,৬৬৮
পুৰুষ :- ৫ ৪,২১,৬১৭
মহিলা ঃঃ- ৪,১০,০৫১
পুৰুষ-মহিলাৰ অনুপাত :- প্রতি ১,০০০ জন পুৰুষৰ বিপৰীতে ৯৭৩ গৰাকী মহিলা।
জনবসতিৰ ঘনত্ব :- প্রতি বর্গ কিলােমিটাৰত ৪১৩ জন।
সাক্ষৰতাৰ হাৰ :- ৬৫.৪১%
পুৰুষ :- ৭২.৫৮%
মহিলা :- ৫৮.০৫%
জিলাৰ সদৰ:- ওদালগুৰি
মহকুমা :- দুটা
মহকুমা মহকুমাৰসদৰ,
ওদালগুৰি -------- ওদালগুৰি
ভেৰগাঁও------------ভেৰগাঁও
চাৰিসীমা ঃ - উত্তৰে অৰুণাচল প্রদেশ আৰু ভূটান; দক্ষিণে দৰং জিলা; পূবে শােণিতপুৰ জিলা; পশ্চিমে বাগছা জিলা।
উল্লেখযােগ্য ঠাইঃ- ওদালগুৰি, টংলা, বৰনদী অভয়াৰণ্য, ভৈৰৱকুণ্ড মূৰদেওৰ দেৱালয়।
নৈ-উপনৈঃ - ধনশিৰি।
Read More... 👇👇✍️👇👇
• অসমৰ ভাষা আৰু সাহিত্য ,অসমৰ মৌখিক সাহিত্য,প্রবচন আৰু ফকৰা-যােজনা,অসমৰ লিখিত সাহিত্য,অসমৰ লিখিত সাহিত্য,প্রাক বৈষ্ণৱ সাহিত্য, বৈষ্ণৱ সাহিত্য
• দেশপ্রেমিক বীৰ লাচিত বৰফুকন বিষয়ে
• সতী জয়মতী |
সতী জয়মতী কুঁৱৰীৰ বিষয়ে
• অসমৰ প্রথম অভিধান প্রণেতা টেঙাই মহন ৰ বিষয়ে চমু বিবৰণ
• Today gk and currennt Affairs in assamese
• Best Assam gk books
অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি
অসমৰ ৰাজ্যিক পশু কি আৰু ইয়াৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক পক্ষী কি আৰু ইয়াৰ বিষয়ে
অসমৰ ৰাজ্যিক ফুল কি আৰু ইয়াৰ বিষয়ে
অসমৰ ৰাজ্যিক বৃক্ষ হােলােং আৰু ইয়াৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক জলজ পশু শিহু। অসমৰ ৰাজ্যিক জলজ পশুৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক গীত |ৰাজ্যিক গীত ‘অ' মােৰ আপােনাৰ দেশ