অসমীয়া ভাষা নব্য ভাৰতীয় আর্যভাষাৰ কোনটো শাখাৰ অন্তৰ্গতআৰু এই শাখাৰ অন্তর্গত আন কেইটামান ভাষাৰ নাম উল্লেল্লখ কৰা।

 অসমীয়া ভাষা নব্য ভাৰতীয় আর্যভাষাৰ কোনটো শাখাৰ অন্তৰ্গতআৰু এই শাখাৰ অন্তর্গত আন কেইটামান ভাষাৰ নাম উল্লেল্লখ কৰা।


উত্তৰ: পূর্বী শাখাৰ ভাষাসমূহৰ অন্তর্গত। পূর্বী শাখাৰ ভাষাসমূহৰ ভিতৰত অসমীয়া, বঙালী, উড়িয়া, মৈথিলী, মগহী আৰু ভোজপুৰী উল্লেখযোগ্য। অসমীয়া ভাষা অসমত, বাংলা ভাষা পশ্চিমবংগ আৰু বাংলাদেশত, উড়িয়া ভাষ্য উড়িয়াত, মৈথিলী ভাষা মগধ অঞ্চলত আৰু ভোজপুরী ভাষা কাশী, পাশ্ববর্তী এলেকাৰ উপৰি বিহাৰৰ মোতিহাৰী, চাপৰা, কলিয়া, মির্জাপুৰ, আজমগঞ্জ, গোৰক্ষপুৰ আদি অঞ্চলত প্রচলিত।

Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form