কৃষ্ণ যজুর্বেদৰ অন্তর্গত ব্রাহ্মণ 'তৈত্তিৰীয় ব্রাহ্মণ' ৰ বিষয়ে

কৃষ্ণ যজুর্বেদৰ অন্তর্গত ব্রাহ্মণ 'তৈত্তিৰীয় ব্রাহ্মণ' ৰ বিষয়ে 


উত্তৰঃ কৃষ্ণ যজুর্বেদৰ অন্তর্গত ব্রাহ্মণখন তৈত্তিরীয় ব্রাহ্মণ। ইয়াক তৈত্তিৰীয় ব্রাহ্মাণৰ সম্প্ৰসাৰণ বুলিয়েই কোৱা হয়। তৈত্তিৰীয় সংহিতাৰ মন্ত্রৰ লগতে ব্রাহ্মণো ৰচিত হৈছে। তথাপি কৃষ্ণ যজুর্বেদীয় লোকসকলে ঋগ্বেদীয় সম্প্রদায়লৈ লক্ষ্য কবি কৃষ। যজুর্বেদবো এখন ব্রাহ্মণ নকবি নেথাকিল। শত পথৰ তুলনাত এই ব্রাহ্মণক প্রাচীন বুলি ধরা হয়।


ব্রাহ্মাণখন তিনি কাণ্ডত বিভক্ত। কাগুকেইটা ভালেমান প্রপাঠকত বিভক্ত আৰু তিনিকাণ্ডৰ মুঠ প্রপাঠক ৪০। প্রপাঠকৰ অবান্তৰ ভাগক অনুবাক বোলা হয়।


অনুবাক একোটি একাধিক কণ্ডিকাৰ সমষ্টি।


এই ব্রাহ্মণত অগ্ন্য্যধাম, গরাময়ন সত্র, বাজপেয়, বাজসূয় প্রভৃতি: সোমযাগৰ


উপৰিও নক্ষত্রোষ্টৰ বর্ণনা পোৱা যায়। এইবোৰ প্রথম কাণ্ডৰ বর্ণনীয় বিষয়। দ্বিতীয় কাণ্ডত অগ্নিহোত্র, দাশােত্র, উপহোম, সৌত্রামণি, বৃহসাতিসর, বৈশ্যসর আদি সবযাগ আৰু পশুযাগৰ বিৱৰণ পোরা যায়। তৃতীয় কাণ্ডত নক্ষত্রেষ্টিৰ বিশদ বিৱৰণৰ লগতে দশপূর্ণমাসৰ ব্যাখ্যা, প্রতীকাত্মক পুৰুযামেধৰ বর্ণনা, পণ্ডযাগ, প্রায়শ্চিত, অশ্বমেধ যজ্ঞ, নাচিকেত অগ্নি আৰু চাতুর্হোত্র আদিৰ বহল বিরবণ পোৱা যায়।

Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form