ব্রাহ্মণ' কি?

                        'ব্রাহ্মণ' কি?


উত্তৰ: বেদৰ যি ভাগত মন্ত্রৰ ব্যাখ্যা থাকে তাৰ নাম ব্রাহ্মণ। সংহিতা বা মন্ত্রব ব্যাখ্যা কৰাই ব্রাহ্মণৰ উদ্দেশ্য। ব্রাহ্মণসমূহ গদ্যত ৰচিত। বেদৰ কর্মকাণ্ডব, অর্থাৎ কেতিয়া কি প্ৰকাৰৰ যজ্ঞাগ্নি প্রজ্বলিত কৰিব লাগে, কোন যজ্ঞত কি কি আহুতি কি রূপে দিব লাগে আদি নির্দেশ ব্রাহ্মণসমূহৰ বিষয়বস্তু। যজ্ঞানুষ্ঠানৰ বাবেই মূলতঃ ৰচিত হ'লেওব্যাকৰণ, দর্শন, আয়ুর্বেদ আদিৰ আলোচনা আৰু সেই সময়ৰ প্ৰচলিত কিছুমান সুকীয়া সুকীয়া ব্রাহ্মণ আছে। যেনে ঋগবেদৰ দুই, শুক্রযজুর্বেদব এক,


কৃষ্ণযজুর্বেদৰ তিনি, সামবেদৰ আঠ আৰু অথর্ববেদৰ এক ব্রাহ্মণ। 

Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form