বংগ বিভাজনে সৃষ্টি কৰা 'পূর্ববংগ আৰু অসম' নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল
উত্তৰ :-
বংগদেশত দ্রুতভাৱে উন্মেষ হোৱা জাতীয়তাবাদ ধ্বংস কৰিবলৈ আৰু ইয়াত বিৰাজ কৰা হিন্দু-মুছলমানৰ মাজৰ একতা বিনষ্ট কৰিবলৈ ভাইচৰয় লৰ্ড কাৰ্জনৰ প্ৰতিনিধিত্বত ব্ৰিটিছ চৰকাৰে বংগদেশক দুখন প্ৰদেশত বিভক্ত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷ অসমৰ লগত বংগদেশৰ নিমোক্ত তিনিটা সংমণ্ডল সংলগ্ন কৰি 'পূর্ববংগ আৰু অসম' নামৰ নতুন প্ৰদেশখন গঠন কৰা হয়
(ক) ঢাকা
(খ) চট্টগ্রাম
(গ) ৰাজশাহী
Tags
ইতিহাস