বংগ বিভাজনে সৃষ্টি কৰা 'পূর্ববংগ আৰু অসম' নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল

বংগদেশত দ্রুতভাৱে উন্মেষ হোৱা জাতীয়তাবাদ ধ্বংস কৰিবলৈ আৰু ইয়াত বিৰাজ কৰা হিন্দু-মুছলমানৰ মাজৰ একতা বিনষ্ট কৰিবলৈ ভাইচৰয় লৰ্ড কাৰ্জনৰ প্ৰতিনিধিত্বত ব্ৰিটিছ চৰকাৰে বংগদেশক দুখন প্ৰদেশত বিভক্ত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। অসমৰ লগত বংগদেশৰ নিমোক্ত তিনিটা সংমণ্ডল সংলগ্ন কৰি 'পূর্ববংগ আৰু অসম' নামৰ নতুন প্ৰদেশখন গঠন কৰা হয়

(ক) ঢাকা

(খ) চট্টগ্রাম

(গ) ৰাজশাহী

Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form