বংলং তেৰাং
বংলং তেৰাং কোন আছিল । বংলং তেৰাংৰ বিষয়ে
কাৰবি সাহিত্যৰ পুৰােধা ব্যক্তি বংলং তেৰাঙ জন্ম হয় ১৯০৯ চনৰ অক্টোবৰ মাহৰ ১০ তাৰিখে ডিলাই। নদীৰ কাষৰ নিহাংলাংছ নামৰ ঠাইত। তেৱেঁই কাৰবি সাহিত্যৰ প্রথম লিখিত ৰূপ প্রদান কৰে। দেউতাকৰ নাম ছাৰ তেৰাং আৰু মাকৰ নাম কাৰেং তিচ্ছপী। তেওঁ ১৩ বছৰ বয়সৰ পৰা সাহিত্য ৰচনা আৰম্ভ কৰিছিল। তেওঁ। লিখা বিভিন্ন কিতাপসমূহহ'ল– Word Book ‘আদাম আছাৰ’ (বিবাহনিয়ম) ৰূকাছেন’, ‘হাঈমু’, ‘ছেৰ হংথম’, কাৰবি কপুছন’, ‘কাৰবি চ ৰংজে’, ‘আৰণ আতেং ’, ৰংলিন’, ‘ছাৰ আলুন’ আৰু ছাৰ লামছাম।
১৯৭৩ চনত কাৰবি সাহিত্য সভাৰ তৰফৰ পৰা কাবি সাহিত্যৰ পুৰােধা ব্যক্তি পুৰস্কাৰ প্ৰদান কৰা হয়। অসম চৰকাৰৰ তৰফৰ পৰা এককালীন মাননী প্রদান কৰাৰ লগতে সাহিত্যিক পেঞ্চন প্রদান কৰে। এইজনা। পুৰােধা ব্যক্তিয়ে সকলােকে এৰি ২০০১ চনৰ জুলাই মাহৰ ১৭ তাৰিখে ইহলীলা সম্বৰণ কৰে।।
Tags
সাধাৰণ জ্ঞান