অসমীয়া, বাংলা, উড়িয়া ভাষাক একেলগে কি নামে জনা যায়। ইহঁতৰ মূল কি?
উত্তৰঃ পূর্বী শাখাৰ অন্তর্গত অসমীয়া, বাংলা আৰু উড়িয়া ভাষাসমূহক একেলগে 'মগধীয় ভাষাগুচ্ছ' বোলা হয়।
অসমীয়া, বাংলা আৰু উড়িয়া ভাষাৰ মূল 'মাগধী প্রাকৃত'। পূর্বী শাখাৰ মাগবী প্রাচ্য শাখাৰ পৰা ইহঁত বিকশিত হয়।