অথর্ববেদীয় ব্রাহ্মণৰ অন্তৰ্গত ব্রাহ্মণ 'গোপথ ব্রাহ্মণ' ৰ বিষয়ে

 অথর্ববেদীয় ব্রাহ্মণৰ অন্তৰ্গত ব্রাহ্মণ 'গোপথ ব্রাহ্মণ' ৰ বিষয়ে 


উত্তৰ: অথর্ববেদৰ শাখা বহুতো যদিও ইয়াৰ অন্তৰ্গত ব্রাহ্মণ গ্রন্থ মাত্র এখনহে পোৱা যায়। সমস্ত ব্রাহ্মণ গ্রন্থৰ ভিতৰত আধুনিক এইখনৰ নাম গোপথ ব্রাহ্মণ। ব্রাহ্মণখন তদ্বধাবিভক্তঃ পূর্বার্ধ আৰু উত্তৰার্ধ। পূর্বার্ধত অয়েছে পাঁচ প্রপাঠক আৰু উত্তৰাৰ্ষত ছয় প্রপাঠত। প্রপাঠক একোটা ভালেমান কণ্ডিকাত বিভক্ত। এইদৰে এই ব্রাহ্মণত ১১ প্রপাঠক আৰু ২৫৮ টা কণ্ডিকা আছে।


এই ব্রাহ্মণৰ পূৰ্বাৰ্ধৰ প্রথম প্রপাঠকত ওস্কাৰ আংক গায়ত্রীব মহিমাৰ বর্ণনা আছে। দ্বিতীয় প্রপাঠকত ব্রহ্মচাৰীৰ পালনীয় বীতি-নীতি বর্ণিত হৈছে। তৃতীয় প্রপাঠকত খনত্বিক সকলৰ কৰ্তব্যকৰ্মৰ বর্ণনা কৰা হৈছে চতুর্থ প্রপাঠকত ঋত্বিকৰ দীক্ষা আৰু পঞ্চম প্রপাঠকত সাম্বৎসৰিক যজ্ঞৰ বিৱৰণ পোৱা যায়।


ইয়াৰ উত্তৰাধ পূর্বার্ধৰ দৰে সুশৃঙ্খল নহয়। তাতো চাতুর্মাস্য আদি যজ্ঞৰ বর্ণনা। দিছে। ইয়াত যজ্ঞ সম্বন্ধীয় নানান আখ্যান পোৱা যায়।

Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form