আজিৰ ৰাশিফল ১ শাওণ মঙলবাৰ; ১৮ জুলাই
সুপ্রভাত(good morning)
১ শাওণ, মঙলবাৰ; ১৮ জুলাই
মেষ : শক্তিশালী স্থিতিত উপনীত হোৱাত বাধা। দূৰদৰ্শী হওক। শুভ ৰং কমলা। বজৰংগৱলীক পূজা কৰক। পৰিয়ালক সন্তুষ্ট কৰিব নোৱাৰিব। ভ্রমণ। শুভ সংখ্যা আঠ। বৃষ : আত্মবিশ্লেষণ কৰাৰ সুযোগ পাব। আপোনাৰ সম্পত্তিৰ ওপৰত
আনৰ চকু পৰিব। শুভ ৰং মেরুণ। জমা ধন খৰচ হ'ব পাৰে।
মামলাত জয়লাভ। ভ্রমণ। শুভ সংখ্যা দুই।
মিথুন : ব্যক্তিত্ব আৰু বিচক্ষণতা প্রকাশ পাব। জটিল কাম সহজে সমাপন হ'ব। শুভ ৰং গোলাপী। আধিপত্য বিস্তাৰ কৰিব পাৰিব। খোৱা-বোৱাত সাৱধান। শুভ সংখ্যা ছয় ।
কর্কট : দূৰদৰ্শিতা, সততাই প্রাধান্য বিস্তাৰ কৰিব। দুষ্ট লোকে সুযোগ ল'ব পাৰে। শুভ ৰং কমলা। স্বাধীন মনোভাব। চৰকাৰী দিশত তৎপৰতা। পদোন্নতি। শুভ সংখ্যা আঠ।
সিংহঃ কর্মোৎসাহ। গুৰু নিন্দা কৰি মহাপাপ চপাই ল'ব। শুভ ৰং সোণালী। কোনো আত্মীয়ৰ শাৰীৰিক সংঘাত। পদোন্নতিসহ বদলি। ভ্রমণ। শুভ সংখ্যা চাৰি ।
কন্যা : সৎ লোক আৰু প্ৰভাৱশালী লোকৰ সান্নিধ্য পাব।
অহংকাৰ কমাওক। শুভ ৰং আকাশী নীলা। মামলাত জয়লাভ।
আয় ব্যয় সমতা ৰক্ষা কৰক। ভ্রমণ। শুভ সংখ্যা হয়।
বিনয়। তুলা ঃ আনৰ প্রতি কৃতজ্ঞতা ৰক্ষা পৰিব। শাৰীৰিক শ্ৰম বৃদ্ধি পাব । শুভ ৰং কমলা। কোষ্ঠকাঠিন্য, বদহজম, বায়ু ৰোগত ভুগিব পাৰে। বিদ্যাত সুনাম। সম্পদ লাভ। শুভ সংখ্যা দুই।
বৃশ্চিক : কোনো দিশতে আপোন-পৰ ভেদাভেদ নাৰাখিব। দুঃসাহস নকৰিব। শুভ ৰং মুগা। বগলা পূজা কৰক শক্তি বৃদ্ধি পাব। শত্রু বুদ্ধিৰ যোগ। জমা ধন খৰচ হ'ব। শুভ সংখ্যা চাবি।
| ধনু : আনক বশীভূত কৰাৰ সৎসাহস থাকিব। পাচলি, ফলমূল, দৰব ব্যবসায়ত প্ৰচুৰ উন্নতিৰ যোগ। শুভ ৰং মেৰুণ। হতাশা দূৰ হ'ব। গ্রহদোষ খণ্ডন কৰক। ভ্রমণ। শুভ সংখ্যা আঠ।
মকৰ : সহজে আনৰ মন জয় কৰা সম্ভৱ নহ'ব। দালাল,
অভিযন্তাৰ মানহানি। শুভ ৰং গোলাপী। জ্যোতিষী, বিজ্ঞানী, । শিল্পীৰ সুনাম বৃদ্ধি। অনিদ্ৰাত ভুগিব পাৰে। শুভ সংখ্যা দুই। কুম্ভ : কৰ্মত সুস্থিৰ চিন্তা কমিব। আন হিংসা নকৰিব। শুভ ৰং আকাশী নীলা। শত্ৰুৰপৰা ভয় আঁতৰিব। হঠাৎ পৰিয়ালৰ সদস্যই "বিৰোধিতা কৰিব। শুভ সংখ্যা আঠ।
মীন : সুস্থিৰ চিন্তাই সফলতা আনিব। বজৰংগৱলীক পূজা কৰক । শুভ ৰং কমলা। সৎ লোকৰ আগমন। হঠাৎ অনিদ্ৰাত ভুগিব পাৰে। - খাদ্যৰ প্ৰতি সচেতন হওক। শুভ সংখ্যা দুই।